• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জে ই ই, নীটৰো পাঠ্যক্ৰম হ্ৰাসৰ সম্ভাৱনা ব্যক্ত কৰিলে কৰ্তৃপক্ষই

এন ই নাও নিউজ by এন ই নাও নিউজ
July 10, 2020 8:19 am
CBSE course cut to impact
3.3k
VIEWS
Share on FacebookShare on Twitter

 

ক’ৰ’ণাতংকৰ বাবেই চি বি এছ ইৰ ৩০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰাৰ পিছত এইবাৰ অভিযান্ত্ৰিক শাখাত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰৱেশ পৰীক্ষা জে ই ই আৰু চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আধ্যয়ন কৰিব বিচৰা ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰৱেশ পৰীক্ষা নীটৰ পাঠ্যক্ৰমো হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

নীট পৰিচালনা কৰা নেছনেল টেষ্টিং এজেন্সীয়ে শেহতীয়াকৈ এই বিষয়ত চিন্তা-চৰ্চা কৰিছে আৰু যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিষয়টো জয়েন্ট এডমিছন বোৰ্ডলৈ ঠেলি দিছে।

নেছনেল টেষ্টিং এজেন্সীৰ এগৰাকী কৰ্মকৰ্তাই এই প্ৰসংগত কৈছে যে চি বি এছ ইৰ দৰেই জে ই ই আৰু নীটৰো পাঠ্যক্ৰম হ্ৰাস কৰাৰ বিষয়ত ইতিমধ্যে প্ৰশ্নকাকত প্ৰস্তুতকৰ্তা সকলৰ সৈতে খৰচি মাৰি আলোচনা কৰা হৈছে।

বিষয়টো সন্দৰ্ভত জয়েন্ট এডমিছন বোৰ্ডে দিয়া সিদ্ধান্ত কাৰ্যকৰী কৰা হ’ব বুলি কৰ্মকৰ্তা গৰাকীয়ে মন্তব্য কৰে।

ইপিনে জে ই ই এডভান্সড পৰীক্ষা অনুষ্ঠিত কৰা আই আই টিয়েও জে ই ইৰ পাঠ্যক্ৰম হ্ৰাস কৰাৰ বিষয়ত চিন্তা কৰিছে।

এই প্ৰসংগত জয়েন্ট এডমিছন বোৰ্ডৰ এগৰাকী বিষয়ববীয়াই কৈছে যে জে ই ই আৰু নীটৰ পাঠ্যক্ৰম হ্ৰাস কৰাটো এতিয়া সময়ে দাবী কৰা বিষয় হৈ  পৰিছে যদিও এই ব্যৱস্থাই বহুতকে বিপাঙতো পেলাব পাৰে।

কিয়নো বহু ছাত্ৰ-ছাত্ৰীয়ে জেই ই আৰু নীটৰ সম্পূৰ্ণ পাঠ্যক্ৰম আৰম্ভনিৰে পৰা অধ্যয়ন কৰি আছে। উল্লেখ্য জে ই ই ১-৬ ছেপ্তেম্বৰত আৰু নীট ১৩ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱাৰ কথা।একেদৰে জে ই ই এডভান্সড অনুষ্ঠিত হ’ব ২৭ ছেপ্তেম্বৰত।

Recent News

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

একমাত্র আদানীৰ স্বাৰ্থত চাপৰত সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

একমাত্র আদানীৰ স্বাৰ্থত চাপৰত সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd