• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মৃত্যুক আহ্বান! দক্ষিণ আফ্ৰিকাত আগতীয়াকৈ খন্দা হৈছে ১৫ লাখ গণ কবৰ

by
July 10, 2020 11:56 am
graves
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ আফ্ৰিকাৰ বিতোপন চহৰ জোহান্সবাৰ্গ।জোহান্সবাৰ্গৰ নাতি দূৰৈত অৱস্থিত প্ৰিটোৰিয়া। সৌসিদিনালৈ হাঁহিৰে পৰিপূৰ্ণ হৈ থকা চহৰ খনত এতিয়া মৰিশালীৰ নিস্তব্ধতা।

ক’ৰ’ণা ভাইৰাছে কাঢ়ি নিছে চহৰ খনৰ সকলো সুখ- আনন্দ। প্ৰিটোৰিয়া চহৰ অৱস্থিত দক্ষিণ আফ্ৰিকাৰ গাওতেং নামৰ প্ৰদেশ খনত।

Apply Now

গাওতেং প্ৰদেশ খনত এতিয়া চলিছে মৃত্যুৰ খেলা। অতি কম দিনৰ ভিতৰতে প্ৰদেশখনত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে লক্ষাধিক লোক। মৃত্যুৰ শীতল কোলাত ঢলি পৰিছে কেইবা হাজাৰ লোক।

এনে পৰিস্থিতিত দিশহাৰা হৈ পৰিছে প্ৰদেশ খনৰ প্ৰশাসন।গাওতেং প্ৰদেশৰ স্বাস্থ্য বিভাগে পৰ্যাপ্ত সুবিধাৰ অভাৱত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সঠিক চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই।

এনে পৰিস্থিতিত ক’ৰ’ণাত আক্ৰান্ত বহু ৰোগীয়েই এক প্ৰকাৰ বিনা চিকিৎসাই মৃত্যুক আকোৱালি ল’বলগীয়া হৈছে।প্ৰশাসন।

গাওতেং প্ৰদেশৰ স্বাস্থ্য বিভাগে উপায়বিহীন হৈ ৰোগীৰ চিকিৎসাৰ সলনি মৃত্যু ঘটা লোকৰ মৃতদেহৰ থানথিত লগোৱাৰ চিন্তাতহে ব্যস্ত হৈ পৰিবলগীয়া হৈছে। উপযুক্ত চিকিৎসাৰ সুবিধা নথকা গাওতেং প্ৰদেশত স্বাস্থ্য বিভাগৰ উদ্যোগতে আগতীয়াকৈ খন্দা হৈছে ১৫ লাখ গণ কবৰ।

এই কবৰত কাৰ স্থান হয় সেয়া কোনেও কব নোৱাৰে।

প্ৰতিৰোধ আৰু চিকিৎসাৰ সলনি  গাওতেং প্ৰদেশত খোদ স্বাস্থ্য বিভাগৰ উদ্যোগতে আগতীয়াকৈ গণ কবৰ খন্দাৰ বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Tags: COVID-19

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

June 18, 2026 12:48 pm
শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

June 18, 2026 12:38 pm
মালদাৰ মোথাবাৰী কাণ্ড: মাত্ৰ দুমাহৰ ভিতৰত এন আই এক তদন্ত শেষ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

৬৯ লোকৰ প্ৰাণ কাঢ়ি নিয়া বোৱাবজাৰ বিস্ফোৰণৰ দোষীক মুক্তিঃ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ বংগ চৰকাৰ

June 18, 2026 12:36 pm
গণেশগুৰিত মচি পেলোৱা হ’ল ‘কমৰেড নেভাৰ ডাই’! জুবিনৰ দেৱাল চিত্ৰ আঁতৰোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অনুৰাগীৰ

গণেশগুৰিত মচি পেলোৱা হ’ল ‘কমৰেড নেভাৰ ডাই’! জুবিনৰ দেৱাল চিত্ৰ আঁতৰোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অনুৰাগীৰ

June 18, 2026 12:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

June 18, 2026 12:48 pm
শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

June 18, 2026 12:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd