• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অমানবীয়: জে চি বিৰে সমাধিত পেলাই দিয়া হ’ল কৰ’না আক্ৰান্তৰ মৃতদেহ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2020 7:49 am
2020_7$largeimg_2059043387

প্ৰতিনিধিত্বমূলক ফটো। সৌজন্য: দ্য ট্ৰিবিউন

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বজুৰি কৰ’নাৰ সংহাৰ অব্যাহত আছে। বৰ্তমান কৰ’না আক্ৰান্তৰ সংখ্যাৰ দিশেৰে বিশ্বৰ তৃতীয় স্থানত আছে ভাৰত।

বিভিন্ন ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা। সেইদৰে, কৰ’নাত মৃত্যু হোৱা লোকৰ মৃতদেহকলৈয়ো সৃষ্টি হৈছে বহু অভূতপূৰ্ব ঘটনা।

Apply Now

অন্ধ্ৰ প্ৰদেশত এটা কৰ’না আক্ৰান্ত মৃতদেহৰ ক্ষেত্ৰত পোহৰলৈ অহা এক ঘটনাই সকলোৰে চকু কপালত তুলিছে।

ভাইৰেল হৈ পৰা প্ৰায় তিনি মিনিটৰ এটা ভিডিঅ’ত দেখা গৈছে যে মাটি কটা জে চি বি মেচিনেৰে কৰ’না আক্ৰান্তৰ মৃতদেহ গাঁতত পেলাই দিয়া হৈছে।

উক্ত ভিডিঅ’টো শ্বেয়াৰ কৰিছে অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে।

তেওঁ লগতে লিখিছে,’’এয়া অতি দুৰ্ভাগ্যজনক ঘটনা। নেল্লোৰত জে চি বি মেচিনেৰে কোনোমতে পেলাই দিয়া হৈছে এগৰাকী কৰ’না আক্ৰান্ত ব্যক্তিৰ মৃতদেহ। মুখ্য মন্ত্ৰী ৱাই এছ ৰেড্ডীয়ে ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচৰা উচিত।‘’

ৰাজ্যখনৰ নেল্লোৰ জিলাত সংঘটিত হৈছে এই অমানৱীয় ঘটনা। ইতিমধ্যে, নেল্লোৰৰ মহকুমা দণ্ডাধীশে এই লজ্জাজনক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।

উল্লেখ্য যে অন্ধ্ৰ চৰকাৰৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও এনে অভিযোগ উত্থাপিত হৈছে। যোৱা ২৬জুনত আৰু এগৰাকী কৰ’না আক্ৰান্তৰ মৃতদেহ জে চি বিৰে শ্মশানলৈ কঢ়িয়াই নিয়া হৈছিল।

Pained to see bodies of #Covid_19 patients in Nellore being disrespectfully thrown into a single pit using an Earthmover. This is happening time & again. @ysjagan Govt must offer an apology to the grieving families who wished for a respectful departure for their loved ones. pic.twitter.com/1y4TSG2brv

— N Chandrababu Naidu (@ncbn) July 10, 2020

অনুৰূপ ঘটনা সংঘটিত হৈছিল কৰ্ণাটকতো। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল এটি ভিডিঅ’ য’ত ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰীগৰাকীৰ গৃহ জিলা বল্লাৰীত গাঁতৰ ভিতৰত এটা এটাকৈ কৰ’না আক্ৰান্ত লোকৰ মৃতদেহ পেলাই দিয়া হৈছিল।

সেই ঘটনাত পিপিই কিট পৰিধান কৰা কেইজন ব্যক্তিয়ে ক’লা প্লাষ্টিকেৰে বন্ধা কেইবাটাও মৃতদেহ গাঁতৰ ভিতৰত পেলাই দিছিল। ডাম্পাৰত কঢ়িয়াই অনা আঠটাকৈ মৃতদেহ সেই গাঁতটোত সমাধিস্থ কৰা হৈছিল।

ৰাজ্য চৰকাৰে উক্ত কাৰ্যত জড়িত লোককেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে যদিও এই ঘটনাই মানৱতাক লজ্জিত কৰি তুলিছে।

অন্ধ্ৰ প্ৰদেশৰ এই শেহতীয়া ঘটনাতো দেশৰ সচেতন নাগৰিকসকলে মানৱতাৰ অপমৃত্যু লক্ষ্য কৰি চৰকাৰক ধিক্কাৰ দিছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd