• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙাত মাতৃহাৰা গঁড় পোৱালী, বিৰল উলুম’ৰা চৰাই উদ্ধাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 16, 2020 3:58 pm
Assam floods: Rhino calf rescued in Kaziranga National Park
11.4k
VIEWS
Share on FacebookShare on Twitter

বানে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্লাৱিত কৰাৰ পাছত আশ্ৰয় বিচাৰি দিহিঙে দিপাঙে গৈছে বন্যপ্ৰাণী৷

সোমবাৰৰ দিনা এটা ঢেকীয়াপতীয়া বাঘে অগৰাতলি বনাঞ্চলৰ সমীপৰ কান্ধুলিমাৰী গাঁৱৰ এঘৰ মানুহৰ ছাগলী গঁড়ালত এটা ঢেকীয়াপতীয়া বাঘে দিনতো আশ্ৰয় লোৱাৰ উপৰিও আজি কুঠৰীৰ দেওচূড় অঞ্চলতো মানুহৰ ঘৰত আশ্ৰয় লৈছিল আন এটা ঢেকীয়া পতীয়া বাঘে৷

একেদৰে আজি পুৱা এটা গঁড় পোৱালীয়ে আশ্ৰয় লয় অগৰাতলি বনাঞ্চলৰ সমীপৰ শুকানি  গাঁৱৰ এঘৰ লোকৰ বাৰীত৷

মাতৃৰ পৰা বিচ্ছেদিত গঁড় পোৱালীটো বাঢ়নি পানীৰ মাজত আবদ্ধ হৈ থকাৰ বাবে বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাৰ নেতৃত্বত কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ চামচুল আলী আৰু তেওঁৰ লগত যোৱা উদ্ধাৰকাৰী দলে পানীৰ মাজত আবদ্ধ হৈ থকা গঁড় পোৱালীটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

এবছৰীয়া মতা গঁড় পোৱালীটো সম্প্ৰতি বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত চিকিৎসা প্ৰদান কৰি থকা হৈছে৷

গঁড় পোৱালীতো সম্প্ৰতি বিপদমুক্ত বুলি জনাইছে পশু চিকিৎসক ডা৹ চামচুল আলীয়ে৷

ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাত বিপদগ্ৰস্ত এটা বিৰল প্ৰজাতিৰ উলুম’ৰা চৰায়ো উদ্ধাৰ কৰিছে বন কৰ্মীয়ে৷

সম্প্ৰতি বিশ্বনাথ চাৰিআলিত বন বিষয়াৰ তত্বাৱধানত পশু চিকিৎসকৰ নিৰীক্ষণত উলুম’ৰা চৰাইটোক ৰখা হৈছে৷

উল্লেখ্য যে শেহতীয়া বানত আজি পৰ্যন্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ কবলত পৰি ১১টা প্ৰাণীৰ মৃত্যু হোৱাৰ বিপৰীতে ১২ প্ৰাণীৰ যানবাহনৰ খুন্দাত ৩৭নং ৰাষ্ট্ৰীয় পথত মৃত্যু হৈছে৷

আজি পুৱাৰে পৰা কাজিৰঙাত স্থবিৰ হৈছে জলপৃষ্ঠ৷ ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ ১৭৩টা বনশিৱিৰৰ তলেৰে ব্ৰহ্মপুত্ৰৰ পানী প্ৰবাহিত হৈছে আৰু ১৪ টা বনশিৱিৰ খালী কৰিব লগা হৈছে৷

Tags: Assam Flood

Recent News

৯ জুনত লণ্ডনত অনুষ্ঠিত হ’ব চীন-আমেৰিকাৰ বাণিজ্যিক আলোচনা! ঘোষণা কৰিলে ৰাষ্ট্ৰপাতি ড’নাল্ড ট্ৰাম্পে

৯ জুনত লণ্ডনত অনুষ্ঠিত হ’ব চীন-আমেৰিকাৰ বাণিজ্যিক আলোচনা! ঘোষণা কৰিলে ৰাষ্ট্ৰপাতি ড’নাল্ড ট্ৰাম্পে

নিজে পঢ়ি অহা শিক্ষা প্ৰতিষ্ঠানলৈ মুকেশ আম্বানীৰ ১৫১ কোটি টকাৰ অনুদান…

নিজে পঢ়ি অহা শিক্ষা প্ৰতিষ্ঠানলৈ মুকেশ আম্বানীৰ ১৫১ কোটি টকাৰ অনুদান…

উদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা পানী যোগান প্ৰকল্প : জাহ গ’ল ডিব্ৰু নদীত

উদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা পানী যোগান প্ৰকল্প : জাহ গ’ল ডিব্ৰু নদীত

আইচিইউত ভৰ্তি মহিলাক টোপনিৰ বেজী দি ধৰ্ষণ চিকিৎসা কৰ্মীৰ : ঘটনাক গাপ দিয়া চেষ্টা হাস্পাতাল কৰ্তৃপক্ষৰ

আইচিইউত ভৰ্তি মহিলাক টোপনিৰ বেজী দি ধৰ্ষণ চিকিৎসা কৰ্মীৰ : ঘটনাক গাপ দিয়া চেষ্টা হাস্পাতাল কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd