• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“কৰ’নাৰ সৈতে মোকাবিলা কৰাত ৰাজ্য চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে”

তেজপুৰত সংবাদমেলত মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুণ বৰাৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 15, 2020 9:09 pm
Assam Govt. has failed in tackling coronavirus: Congress
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাৰ সৈতে মোকাবিলা কৰাত ৰাজ্য চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বুধবাৰে কয়।

“কোভিড১৯ নিয়ন্ত্ৰণ কৰা, এই পৰিস্থিতি মোকাবিলা কৰা স্বাস্থ্য মন্ত্ৰীয়ে কেৱল ভাষণ দি আছে৷ কেৱল চমক সৃষ্টি কৰি আছে৷ কেৱল সংবাদমেল পাতিছে৷ মুখ্যমন্ত্ৰীৰ এই ক্ষেত্ৰত কোনো নিয়ন্ত্ৰণ নাই৷ এই বিশৃংখলতাৰ বাবে দুৰ্ভোগ ভুগিছে সৰ্বসাধাৰণ ৰাইজে৷ আমি এইবোৰৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী জনাইছো,” তেজপুৰত এক সংবাদমেলত এই মন্তব্য বৰাৰ৷

Apply Now

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত ক’ভিড ৰোগীৰ প্ৰসংগ উল্লেখ কৰি বৰাই কয়, “গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত চাৰিওফালে সুউচ্চ প্ৰাচীৰ৷ ইমান কটকটীয়া নিৰাপত্তা। তাৰপিছতো কাৰাবন্দীসকলৰ মাজত ৫১জন কৰ’নাত আক্ৰান্ত হৈছে৷ ঠিক সেইদৰে গোলাঘাটত ৩০জন পজিটিভ হৈছে কাৰাবন্দী৷”

চৰকাৰে কাৰাগাৰত আগতীয়াকৈ উপযুক্ত চিকিৎসা ব্যৱস্থা আৰু প্ৰতিৰোধ ব্যৱস্থা নোলোৱাৰ ফলতেই আজি তাত কৰ’নাত আক্ৰান্ত হৈছে বুলি উল্লেখ কৰি বৰাই কয়, “গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দীসকল কৰ’নাৰ লক্ষণত ভুগি থকাৰ পিছতো তেওঁলোকক পৰীক্ষা কৰা নাছিল জোলোঙাৰ মেকুৰী ওলাই পৰিব বুলি৷ অৱশেষত কাৰাবন্দীসকল জুই জ্বলাই প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ল৷ তাৰপিছত পৰীক্ষা কৰা হ’ল আৰু কৰ’নাত পজিটিভ ওলাল ৫১ জন৷”

লগতে বৰাই কয়, “হাইলাকান্দিৰ কোৱাৰেন্টাইন চেন্টাৰত থকা চৰ্মিম দাস নামৰ মহিলা৷ কোৱাৰেন্টাইন চেন্টাৰত তেওঁৰ শ্বাব টেষ্ট কৰা হৈছিল৷ তেৰ দিনলৈ তেওঁৰ পৰীক্ষাৰ ৰিজাল্ট নোলাল৷ ফলত সিদিনাখন আত্মহত্যা কৰিলে৷ তাৰ পিছত তেওঁ নিগেটিভ বুলি ৰিজাল্ট আহিল৷”

আনহাতে এইবিলাক চৰকাৰৰ ভেকোভাওনা, অকৰ্মণ্যতা নহয় কি বুলি প্ৰশ্ন কৰি বৰাই কয়, “য’ত শ্বাব টেষ্ট কৰিলে ১৫ মিনিটত ৰিজাল্ট ওলায়৷ তাত ১৩ দিন লাগিল কিয়?”

এই বিশৃংখলতাৰ বাবে দুৰ্ভোগ ভুগিছে সৰ্বসাধাৰণ ৰাইজে বুলি উল্লেখ কৰাৰ লগতে এইবোৰৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী জনায় অসম প্ৰদেশৰ সভাপতিজনে৷

Tags: COVID-19
দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd