• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘গাৰো লেবাৰ কৰ্পছ ডে’ উপলক্ষে মেঘালয়ত প্ৰথম বিশ্ব যুদ্ধৰ নায়ক সকলক শ্ৰদ্ধা জ্ঞাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2020 4:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই বৃহস্পতিবাৰে ‘গাৰো লেবাৰ কৰ্পছ ডে’ উপলক্ষে প্ৰথম বিশ্ব যুদ্ধৰ নায়ক সকলক শ্ৰদ্ধা জ্ঞাপন কৰে।

”প্ৰথম বিশ্ব যুদ্ধৰ সময়ত ফ্ৰাঞ্চত সেৱা আগবঢ়োৱা গাৰো পূৰ্বসূৰী সকলক আজি ৬৯ সংখ্যক ‘গাৰো লেবাৰ কৰ্পছ ডে’ উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আজিৰ দিনটো আমাৰ বীৰ সেনা সকলে বিশ্ব যুদ্ধত জয়লাভ কৰি স্বগৃহলৈ সুকলমে উভতি অহা বাবে পালন কৰা হয়,” মুখ্য মন্ত্ৰী কনৰাড চাংমাই লিখে।

Apply Now

আজিৰ দিনটোতে মেঘালয়ে ৫০০ গৰাকী গাৰো লোকক স্মৰণ কৰে যিসকলে ব্ৰিটিছৰ হৈ ৯৬ বছৰ আগতে প্ৰথম বিশ্ব যুদ্ধত অংশ লৈছিল।

গাৰো সকলৰ পৰা নিৰ্বাচন কৰা এই ৫০০ গৰাকী লোকক ফ্ৰাঞ্চলৈ সংযুক্ত বাহিনীৰ হৈ যুদ্ধ কৰাৰ বাবে পঠোৱা হৈছিল।

মেঘালয়ৰ তুৰাত থকা গাৰো সেনাৰ মুখ্য কাৰ্য্যালয়তে এই কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়।

গাৰো লেবাৰ কৰ্পছ ডে প্ৰতিবছৰে জুলাই মাহৰ ১৬ তাৰিখে উদযাপন কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এফালৰ পৰা সকলো অধিগ্ৰহণ : এইবাৰ ৩,০৫০ কোটি টকাত স্মাৰ্ট মিটাৰ কোম্পানী ইন্টেলিচমাৰ্ট কিনিব আদানি এনাৰ্জীয়ে

এফালৰ পৰা সকলো অধিগ্ৰহণ : এইবাৰ ৩,০৫০ কোটি টকাত স্মাৰ্ট মিটাৰ কোম্পানী ইন্টেলিচমাৰ্ট কিনিব আদানি এনাৰ্জীয়ে

June 9, 2026 4:59 pm

Top Real Money Casinos Australia 2026 Top Choices Today

June 9, 2026 4:44 pm
তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে জোচেফ বিজয়ৰ প্ৰথমটো মাহ: সাধাৰণ জনগণৰ বাবে কি কৰিলে?

তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে জোচেফ বিজয়ৰ প্ৰথমটো মাহ: সাধাৰণ জনগণৰ বাবে কি কৰিলে?

June 9, 2026 4:12 pm

Why Australians Prefer PayID for Online Casino Payments

June 9, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এফালৰ পৰা সকলো অধিগ্ৰহণ : এইবাৰ ৩,০৫০ কোটি টকাত স্মাৰ্ট মিটাৰ কোম্পানী ইন্টেলিচমাৰ্ট কিনিব আদানি এনাৰ্জীয়ে

এফালৰ পৰা সকলো অধিগ্ৰহণ : এইবাৰ ৩,০৫০ কোটি টকাত স্মাৰ্ট মিটাৰ কোম্পানী ইন্টেলিচমাৰ্ট কিনিব আদানি এনাৰ্জীয়ে

June 9, 2026 4:59 pm

Top Real Money Casinos Australia 2026 Top Choices Today

June 9, 2026 4:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd