DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘গাৰো লেবাৰ কৰ্পছ ডে’ উপলক্ষে মেঘালয়ত প্ৰথম বিশ্ব যুদ্ধৰ নায়ক সকলক শ্ৰদ্ধা জ্ঞাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2020 4:05 pm
1.8k
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই বৃহস্পতিবাৰে ‘গাৰো লেবাৰ কৰ্পছ ডে’ উপলক্ষে প্ৰথম বিশ্ব যুদ্ধৰ নায়ক সকলক শ্ৰদ্ধা জ্ঞাপন কৰে।

”প্ৰথম বিশ্ব যুদ্ধৰ সময়ত ফ্ৰাঞ্চত সেৱা আগবঢ়োৱা গাৰো পূৰ্বসূৰী সকলক আজি ৬৯ সংখ্যক ‘গাৰো লেবাৰ কৰ্পছ ডে’ উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আজিৰ দিনটো আমাৰ বীৰ সেনা সকলে বিশ্ব যুদ্ধত জয়লাভ কৰি স্বগৃহলৈ সুকলমে উভতি অহা বাবে পালন কৰা হয়,” মুখ্য মন্ত্ৰী কনৰাড চাংমাই লিখে।

আজিৰ দিনটোতে মেঘালয়ে ৫০০ গৰাকী গাৰো লোকক স্মৰণ কৰে যিসকলে ব্ৰিটিছৰ হৈ ৯৬ বছৰ আগতে প্ৰথম বিশ্ব যুদ্ধত অংশ লৈছিল।

গাৰো সকলৰ পৰা নিৰ্বাচন কৰা এই ৫০০ গৰাকী লোকক ফ্ৰাঞ্চলৈ সংযুক্ত বাহিনীৰ হৈ যুদ্ধ কৰাৰ বাবে পঠোৱা হৈছিল।

মেঘালয়ৰ তুৰাত থকা গাৰো সেনাৰ মুখ্য কাৰ্য্যালয়তে এই কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়।

গাৰো লেবাৰ কৰ্পছ ডে প্ৰতিবছৰে জুলাই মাহৰ ১৬ তাৰিখে উদযাপন কৰা হয়।

Recent News

বাজেটত দাম কমিল মোবাইল ফোন, টিভিৰ! আৰু কি কি সস্তা, কি কি হ’ল দামী; চাওক তালিকা

বাজেটত দাম কমিল মোবাইল ফোন, টিভিৰ! আৰু কি কি সস্তা, কি কি হ’ল দামী; চাওক তালিকা

Bharat Jodo Yatra

ৰাহুল গান্ধী আৰু ভাৰত জোড়ো যাত্ৰা

Uma Bharti on liquor shops

গো আশ্ৰয় শিবিৰলৈ ৰূপান্তৰিত কৰা হ’ব সকলো সুৰা বিপণী! উমা ভাৰতীৰ হুমকি

Budget 2023

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd