• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্ৰমিক-কৰ্মচাৰীৰ পক্ষত কেন্দ্ৰঃ কামৰ সময় ৮ ঘন্টাতকৈ বেছি কৰিব নোৱাৰিব ৰাজ্য চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2020 2:50 pm
image.jpgmmmm
3.1k
VIEWS
Share on FacebookShare on Twitter

অৱশেষত শ্ৰমিক-কৰ্মচাৰীৰ  পক্ষত থিয় দিলে কেন্দ্ৰীয় চৰকাৰে।

অসমকে ধৰি দেশৰ ৯ খন ৰাজ্যই শ্ৰমিক-কৰ্মচাৰীৰৰ কামৰ সময় ৮ ঘন্টাৰ পৰা ১২ ঘন্টালৈ বৃদ্ধি কৰাৰ যি প্ৰস্তাৱ লৈছিল সেই প্ৰস্তাৱে সমগ্ৰ দেশ জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

এনে প্ৰতিক্ৰিয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহলৈ এই বুলি নিৰ্দেশনা জাৰি কৰিছে যে কোনো ৰাজ্যই শ্ৰম বিধি উলংঘা কৰি শ্ৰমিকৰ কামৰ সময় ৮ ঘন্টাত কৈ বৃদ্ধি কৰিব নোৱাৰিব।

বিজেডিৰ সাংসদ ভাৰট্ৰুহাৰি মেহতাবক মুৰব্বী হিচাবে লৈ গঠন কৰি দিয়া সংসদীয় সমিতিৰ সন্মুখত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে এই

কথা প্ৰকাশ কৰিছে।

সংসদীয় সমিতিয়ে শ্ৰমিক-কৰ্মচাৰীৰ কামৰ সময় বৃদ্ধিৰ বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক চোকা সমালোচনা কৰিছিল।

৯ খনকৈ ৰাজ্যই শ্ৰমিক-কৰ্মচাৰীৰ কামৰ সময় বৃদ্ধি কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰি শ্ৰম বিধি উলংঘা কৰা বুলিও সংসদীয় সমিতিয়ে অভিযোগ কৰে।

সংসদীয় সমিতিৰ আপত্তিৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম আৰু নিয়োগ দপ্তৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ শ্ৰমিক-কৰ্মচাৰীৰ কামৰ সময় ৮ ঘন্টাতকৈ বৃদ্ধি কৰিব পৰা নাযাব বুলি পত্ৰ প্ৰেৰণ কৰে।

সংসদীয় সমিতিয়ে লগতে শ্ৰমিক-কৰ্মচাৰীক ইপিএফ আৰু ই এছ আইৰ সুবিধা প্ৰদানৰো পৰামৰ্শ দিয়ে।

Recent News

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd