• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিষ্ঠুৰ নিয়তি : কাল ক’ৰ’ণাই কাঢ়িলে ইজনৰ পিছত সিজনকৈ ৫ ভাতৃসহ মাতৃৰ প্ৰাণ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2020 3:00 pm
Coronavirus_Death_PT

প্ৰতিনিধিত্বমূলক চিত্ৰ

22.7k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা ভাইৰাছ সিমান ভয়ংকৰ নহয় বুলি তেওঁলোকেও ভাবিছিল।

সেয়ে জুলাই মাহৰ প্ৰথম ভাগত ঝাৰখণ্ডৰ ধানবাদৰ  পৰিয়ালটোৰ মাতৃ গৰাকী যেতিয়া ক’ৰ’ণাত আক্ৰান্ত হৈছিল তেতিয়া পাঁচ পুত্ৰই মাতৃক বোকাৰোৰ এখন নাৰ্চিংহোমত ভৰ্তি কৰিছিল।

কেইদিন মান পিছতেই ৮৮ বছৰীয়া মাতৃ গৰাকীৰ মৃত্যু ঘটিছিল।

সকলোৱে ভাবিছিল বয়স হোৱাৰ বাবেই তেওঁ ঢুকাল। কেইদিন মানৰ পিছতেই পাঁচ ভাতৃৰ মাজৰে দুজনৰ গা বেয়া হ’ল।

জ্বৰ,কাঁহ আদি ক’ৰ’ণাত দেখা দিয়া সকলো লক্ষণেই তেওঁলোকৰ দেহত ফুটি উঠিল।

ধানবাদৰ পিএইছচি এইছত তেওঁলোকক ভৰ্তি কৰোৱা হ’ল। কিন্তু মাতৃৰ পথ অনুসৰণ কৰিয়েই দুই ভাতৃয়ে চিৰদিনৰ বাবে চকু মুদিলে।

ইয়াৰ মাজতে অসুস্থ হৈ পৰিল ঘৰত থকা আন তিনি ভাতৃৰ মাজৰে দুজন।

তেওঁলোককো ভৰ্তি কৰোৱা হ’ল চিকিৎসালয়ত।

কিন্তু কাল ক’ৰ’ণাৰ গ্ৰাসৰ পৰা তেওঁ লোকো মু্ক্ত হ’ব নোৱাৰিলে।

তেওঁলোক দুজনৰো মৃত্যু ঘটিল। একেটা পৰিয়ালৰে ৫ জনকৈ লোকৰ প্ৰাণ ক’ৰ’ণা ভাইৰাছে কাঢ়ি নিয়াৰ ঘটনাই ধানবাদৰ কাটাৰা অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰিলে।

এনেতে কাল ক’ৰ’ণাৰ গ্ৰাসত পৰা পৰিয়ালটোৰ পঞ্চম গৰাকী কনিষ্ঠ ভাতৃ সোমবাৰে হৈ পৰে গুৰুতৰ ভাৱে অসুস্থ।

তেওঁক ততাতৈয়াকৈ লৈ যোৱা হ’ল ৰাছীৰ ৰাজেন্দ্ৰ ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সলৈ।

কিন্তু কোনো চিকিৎসাই সুস্থ কৰি তুলিব নোৱাৰিলে তেওঁক ।

অৱশেষত মঙলবাৰে নিশা তেওঁৰ মৃত্যু ঘটে।

এনেদৰে কাল ক’ৰ’ণাই কাঢ়ি নিলে ঝাৰখণ্ডৰ একেটা পৰিয়ালৰ ৫ ভাতৃৰ লগতে মাতৃৰ প্ৰাণ।

এই ঘটনাৰ পিছতে বন্ধ কৰি দিয়া হৈছে ধানবাদলৈ প্ৰৱেশ কৰা সকলো পথ।

Tags: COVID-19

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd