• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰৰ সিদ্ধান্ত: ৩১ ডিচেম্বৰলৈ ঘৰতে থাকি কাম কৰিব পাৰিব তথ্য-প্ৰযুক্তিৰ কৰ্মচাৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2020 6:04 pm
work123
17.6k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণাতংকৰ বাবে দেশত এতিয়া বিৰাজ কৰিছে স্থিতাৱস্থাই। এনে পৰিস্থিতিত বন্ধ হৈ পৰিছে চৰকাৰী তথা বে-চৰকাৰী কাৰ্যালয় সমূহ।

কিছু কিছু ৰাজ্যই সীমিত সংখ্যক কৰ্মচাৰীৰে কাৰ্যালয় খুলিছে যদিও পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা বুলি কব নোৱাৰি। ক’ৰ’ণাতংকৰ বাবে দেশৰ অন্যান্য খণ্ডৰ লগতে ক্ষতিৰ সন্মুখীন হোৱা এটি খণ্ড হৈছে তথ্য প্ৰযুক্তিৰ খণ্ড।

তথ্য প্ৰযুক্তিৰ খণ্ডত কাম কৰা সকলে লকডাউনৰ পৰাই ঘৰতে থাকি কাম চম্ভালি আহিছে।

তথ্য প্ৰযুক্তিৰ খণ্ড লোক সকলে জুলাই মাহৰ শেষৰ পিনে কাৰ্যালয়লৈ আহি কাম কৰিব লাগিব বুলি চৰকাৰে ইংগিত দিছিল যদিও শেহতীয়াকৈ চৰকাৰে সেই স্থিতিৰ সলনি কৰি ৩১ ডিচেম্বৰলৈকে তথ্য প্ৰযুক্তিৰ খণ্ডৰ লোক সকলে ঘৰৰ পৰাই কাম কৰিব পাৰিব বুলি নিৰ্দেশনা জাৰি কৰিছে।

ভাৰত চৰকাৰৰ টেলিকম দপ্তৰে এই সন্দৰ্ভত বুধবাৰে জাননী জাৰি কৰিছে।

টেলিকম দপ্তৰৰ এনে সিদ্ধান্তক আদৰণি জনাইছে উইপ্ৰ’ৰ অ্ধ্যক্ষ প্ৰেমজীয়ে।

নাছকমৰ অধ্যক্ষ দেৱযানী ঘোষেও চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাই কৈছে যে চৰকাৰৰ এনে সিদ্ধান্ত ক’ৰ’ণা ভাইৰাছৰ মহাসংক্ৰমমৰ সময়ত সঠিক সিদ্ধান্ত হৈছে।

Recent News

চুমি বৰাৰ জামিন মঞ্জুৰ: মুক্তিৰ পথ মুকলি ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্তৰ

চুমি বৰাৰ জামিন মঞ্জুৰ: মুক্তিৰ পথ মুকলি ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্তৰ

‘গোল্ডেন ড’ম’ৰ জৰিয়তে সুৰক্ষাৰ ব্যৱস্থা আমেৰিকাৰ! প্ৰতিৰক্ষাৰ বাবে বিপুল ধনৰাশিৰ ঘোষণা

‘গোল্ডেন ড’ম’ৰ জৰিয়তে সুৰক্ষাৰ ব্যৱস্থা আমেৰিকাৰ! প্ৰতিৰক্ষাৰ বাবে বিপুল ধনৰাশিৰ ঘোষণা

কানাড়া সাহিত্যিক বানু মুস্তাকলৈ তেওঁৰ ‘হাৰ্ট লেম্প’ চুটিগল্প সংকলনৰ বাবে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা

কানাড়া সাহিত্যিক বানু মুস্তাকলৈ তেওঁৰ ‘হাৰ্ট লেম্প’ চুটিগল্প সংকলনৰ বাবে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা

সীমান্তত হ্ৰাস পাইছে উত্তেজনা! ১২ দিনৰ অন্তত অনুষ্ঠিত হ’ল আটাৰী-ৱাগাহত বিটিং ৰিট্ৰিট

সীমান্তত হ্ৰাস পাইছে উত্তেজনা! ১২ দিনৰ অন্তত অনুষ্ঠিত হ’ল আটাৰী-ৱাগাহত বিটিং ৰিট্ৰিট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd