• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পিতৃ-মাতৃক হত্যাৰ পোটক : AK-47ৰে গুলীয়াই সন্ত্ৰাসবাদীক হত্যা কৰিলে এগৰাকী কিশোৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2020 6:14 pm
2020_7$largeimg_738271804
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী আফগান কিশোৰীয়ে মঙলবাৰে দুই দুধৰ্ষ তালিবানী সন্ত্ৰাসবাদীক এ কে ৪৭ ৰাইফলেৰে গুলীয়াই হত্যা কৰিছে।

আফগান চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে এই কথা।

Apply Now

কিশোৰীগৰাকীৰ উক্ত গুলীচালনাত কেবাটাও তালিবানী সন্ত্ৰাসবাদী আহত হোৱা বুলি দাবী কৰিছে সূত্ৰটোৱে।

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি আফগানিস্তানৰ চেন্ট্ৰেল প্ৰ’ভিন্সৰ ঘোৰ এলেকাৰ কুৰ্নাৰ গুল নামৰ কিশোৰী গৰাকীয়ে নিজ পিতৃ-মাতৃক হত্যা কৰা প্ৰতিশোধ ল’বলৈকে তালিবানী সন্ত্ৰাসবাদীৰ ওপৰত গুলীচালনা কৰিছিল।

স্থানীয় আৰক্ষী বিষয়া হাবিবুৰাহমান মালেকজাদে সংবাদ প্ৰতিষ্ঠানক কোৱা অনুসৰি কিশোৰী গৰাকী পিতৃ আছিল আফগান চৰকাৰৰ সমৰ্থক।

চৰকাৰৰ সমৰ্থক হোৱাৰ বাবে তালিবানী সন্ত্ৰাসবাদীৰ দলে কিশোৰী গৰাকীৰ পিতৃক ঘৰৰ পৰা চোঁচৰাই নি হত্যা কৰে। পিতৃক ৰক্ষা কৰিবলৈ আগবাঢ়ি যোৱা কিশোৰী গৰাকীৰ মাতৃসহ আন এজনকো হত্যা কৰে সন্ত্ৰাসবাদী দলটোৱে।

ইয়াৰ পিছতে ঘৰত থকা এ কে ৪৭ ৰাইফলটোৰে কিশোৰীগৰাকীয়ে সন্ত্ৰাসবাদী দলটোৰ ওপৰত গুলীচালনা কৰে।

“ঘৰৰ ভিতৰত থকা কুৰ্মাৰ গুলে ঘৰত থকা এ কে ৪৭ ৰাইফল এটা লৈ প্ৰথমে পিতৃ-মাতৃক হত্যা কৰা দুটা তালিবানী সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে। আৰু অন্য কেইটামান সন্ত্ৰাসবাদী আহতও হৈছে।” আৰক্ষী বিষয়া গৰাকীয়ে সংবাদ মাধ্যমক কয়।

ইয়াৰ পিছতে তালিবানী সন্ত্ৰাসবাদীৰ দলে কিশোৰী গৰাকী ঘৰত পুনৰ আক্ৰমণ কৰে।

কিছু সংখ্যক গঞাৰ সহযোগত চৰকাৰী নিৰাপত্তা বাহিনীয়ে গুলীচালনাৰ পিছতে নিৰাপদ স্থানলৈ লৈ যোৱাৰ ফলত কিশোৰীগৰাকীৰ জীৱন ৰক্ষা পৰে।

স্থানীয় আৰক্ষীৰ মতে কিশোৰী গৰাকীৰ বয়স ১৪ৰ পৰা ১৬ বছৰ ভিতৰত হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd