• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৪ নৱেম্বৰলৈ বাহাল থাকিব ঘৰুৱা বিমানৰ ক্ষেত্ৰত আৰোপিত বাধ্য-বাধকতা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2020 9:18 pm
domestic flight
174
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণাতংকৰ বাবে বাৰুকৈয়ে ক্ষতিৰ সন্মুখীন হোৱা দেশৰ বিমান পৰিবহন ব্যৱস্থাত অসামৰিক বিমান পৰিবহন দপ্তৰে কেতবোৰ বিশেষ বাধ্য-বাধকতা আৰোপ কৰিছিল।

ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণ ৰোধ কৰাৰ বাবে ২৫ মাৰ্চত দেশ জুৰি ঘোষণা কৰা লকডাউনৰ সময়ৰে পৰাই সম্পূৰ্ণ দুমাহ ধৰি বন্ধ হৈ আছিল দেশৰ ঘৰুৱা বিমান সেৱা।

শেহতীয়াকৈ ২৫ মে’ৰ দিনা কেতবোৰ বিশেষ বাধা-নিষেধৰ মাজেৰে সীমিত পৰিসৰত ঘৰুৱা বিমান সেৱা আৰম্ভ কৰা হৈছিল।

বিশেষকৈ নতুনকৈ আৰম্ভ কৰা ঘৰুৱা বিমান সেৱাত চৰকাৰে ভাড়াৰ ক্ষেত্ৰত কেতবোৰ সীমা নিৰ্দ্ধাৰণ কৰি দিছিল।

সেই মৰ্মে যোৱা ২১ মে’ত অসামৰিক বিমান পৰিবহণ দপ্তৰে ঘৰুৱা বিমানৰ ভাড়াৰ নিৰিখ  এনেদৰে নিৰ্দ্ধাৰণ কৰিছিল— ৪০ মিনিটৰ উৰণৰ বাবে সৰ্বনিম্ন আৰু সৰ্বোচ্চ ভাড়াৰ নিৰিখ ক্ৰমে ২০০০-৬০০০ টকা, ৪০-৬০ মিনিটৰ যাত্ৰাৰ বাবে ২,৫০০-২,৭৫০ টকা

৬০-৯০মিনিটৰ যাত্ৰাৰ বাবে ৩,০০০-৯০০০ টকা,

৯০-১২০মিনিটৰ যাত্ৰাৰ বাবে ৩,৫০০-১০,০০০ টকা,

১৫০-১৮০ মিনিটৰ যাত্ৰাৰ বাবে ৫,৫০০-১৫,৭০০ টকা ধাৰ্য্য কৰা হৈছিল।

অসামৰিক বিমান পৰিবহন দপ্তৰে সেই ভাড়াৰ নিৰিখ  ২৪ নৱেম্বৰ,২০২০ লৈ বাহাল ৰখাৰ কথা আজি ঘোষণা কৰে।

অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি এই ঘোষণা কৰে।

লগতে দেশত ঘৰুৱা বিমানৰ চলাচল বৰ্তমানৰ ৩৩ শতাংশৰ পৰা ৪৫ শতাংশলৈ বৃদ্ধি কৰাৰ বাবেও প্ৰচেষ্টা গ্ৰহণ কৰা বুলি অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে।

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd