• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগালেণ্ডত ১২৩৯ লৈ বৃদ্ধি ক’ৰ’না সংক্ৰমিত লোকৰ সংখ্যা; ডিমাপুৰত পুনৰ এসপ্তাহৰ বাবে ল’কডাউন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2020 8:02 am
1.9k
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে নাগালেণ্ডত নতুনকৈ ৬৫ গৰাকী লোকৰ শৰীৰত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পাছত ৰাজ্যখনত কোভিড আক্ৰান্ত লোকৰ সংখ্যা ১২৩৯ গৰাকীলৈ বৃদ্ধি পালে।

নাগালেণ্ডৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে, শুকুৰবাৰে ৰাজ্যখনত কোভিড আক্ৰান্ত হোৱা ৬৫ গৰাকী লোকৰ ভিতৰত ৩২ গৰাকী নিৰাপত্তাৰক্ষী বাহিনীৰ জোৱান আৰু ২৫ গৰাকী বহিঃৰাজ্যৰ পৰা নিজ গৃহলৈ উভতি অহা লোক।

আনহাতে, সাতগৰাকী কোভিড যোদ্ধাও বিগত ২৪ ঘণ্টাত ৰাজ্যখনত কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হৈছে স্বাস্থ্য বিভাগে উল্লেখ কৰিছে।

নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাংগনু ফোমে টুইটাৰ যোগে নাগালেণ্ডত নতুনকৈ কৰা ৩৭২ টা নমুনাৰ পৰীক্ষাৰ ভিতৰত ৬৫ টা প’জিটিভ পোৱা গৈছে বুলি উল্লেখ কৰে।

নতুনকৈ কোভিড আক্ৰান্ত ৬৫ গৰাকী লোকৰ ভিতৰত ৪১ গৰাকী ডিমাপুৰৰ, ২১ গৰাকী কহিমাৰ আৰু এগৰাকী পেৰেনৰ।

উল্লেখযোগ্য যে, নাগালেণ্ডত বৰ্তমানলৈ মুঠ ১২৩৯ গৰাকী লোক কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে চিকিৎসাৰ অন্তত ৫৩০ গৰাকী লোক সুস্থ হৈ উঠিছে।

ৰাজ্যখনৰ ডিমাপুৰত বৰ্দ্ধিত কোভিড-১৯ৰ সংক্ৰমণৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্ত অনুপ কিনচিয়ে ২৬ জুলাইৰ পৰা ২ আগষ্টলৈ পুনৰ ডিমাপুৰত ল’কডাউন দিয়াৰ কথা ঘোষণা কৰে।

Recent News

কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

‘অপাৰেচন সিন্দুৰ শেষ হোৱা নাই, এয়া মাত্ৰ আৰম্ভণিহে’- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

‘অপাৰেচন সিন্দুৰ শেষ হোৱা নাই, এয়া মাত্ৰ আৰম্ভণিহে’- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ৰাছিয়াৰ স্থলসেনাৰ মুৰব্বীক বৰ্খাস্ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ

ৰাছিয়াৰ স্থলসেনাৰ মুৰব্বীক বৰ্খাস্ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ

যৌন আতিশয্যৰ গোচৰত অভিনেতা বিজয় ৰাজক দোষমুক্ত ঘোষণা আদালতৰ

যৌন আতিশয্যৰ গোচৰত অভিনেতা বিজয় ৰাজক দোষমুক্ত ঘোষণা আদালতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd