• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আগষ্টত খুলিব নে চিনেমা হল! : তথ্য সম্প্ৰচাৰ দপ্তৰৰ আবেদনৰ প্ৰত্যুত্তৰত কি ক’লে গৃহ মন্ত্ৰালয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2020 4:14 pm
CINEMA-HALL
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই মহামাৰী ক’ৰ’নাৰ সংক্ৰমণ।

তাৰ মাজতে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

Apply Now

উক্ত পত্ৰৰ যোগে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক অহা আগষ্ট মাহৰ পৰা দেশৰ চিনেমা হলবোৰ পুনৰ খোলাৰ বাবে আবেদন জনাইছে।

উল্লেখ্য যে যোৱা তিনি মাহ ধৰি দেশৰ চিনেমা হলবোৰ বন্ধ হৈ আছে।

দেশত ল’কডাউনৰ সময়ছোৱাত চিনেমাৰ শ্বুটিঙো বন্ধ আছিল যদিও বৰ্তমান শ্বুটিঙৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে।

ইফালে যোৱা তিনি মাহ ধৰি ছবি গৃহ বন্ধ হৈ থকাৰ ফলত বিস্তৰ লোকচানৰ মুখামুখি হৈছে ছবি প্ৰযোজক সংস্থাবোৰ।

বহু প্ৰযোজক সংস্থাই উপায়হীন হৈ নিজৰ ছবিসমূহ অ’টিটি প্লেটফৰ্মত মুক্তি দিবলৈও বাধ্য হৈ পৰিছে। তেওঁলোকৰ বাবে একমাত্ৰ ভৰসা যেন হৈ পৰিছে অ’টিটি প্লেটফৰ্মসমূহ।

এনে সংকটৰ পৰা উদ্ধাৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অহা আগষ্টৰ পৰা কিছুমান কঠোৰ নীতি বলৱৎ কৰি দেশৰ ছহিগৃহ পুনৰ খোলাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।

সূত্ৰৰ খবৰ অনুসৰি ইতিমধ্যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বিনোদন ইণ্ডাষ্ট্ৰিৰ চি আই আই মিডিয়া কমিটিৰ সৈতে এক গোপন বৈঠকত মিলিত হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

ইফালে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব অমিত খাৰে ১ পৰা ৩১ আগষ্টত দেশৰ চিনেমা হলসমূহ খোলাৰ বাবে গহ মন্ত্রালযৰ সচিব অজয় ভাল্লাৰ সৈতে আলোচনা চলিছে বুলিও জনাইছে।

সূত্ৰৰ খবৰ অনুসৰি আগষ্টৰ মাহৰ পৰা চিনেমা হল পুনৰ খুলিলেও সামাজিক দূৰত্ব নিশ্চিত কৰিব লাগিব হলবোৰে।

সেই অনুসৰি দুই শাৰী আসনৰ মাজত এশাৰী আসন বাদ দি আৰু শাৰীটোৰ আসন সমূহৰ মাজত দুই মিটাৰ দূৰত্বৰ ব্যৱধান ৰাখি দৰ্শকক বহোৱাব লাগিব।

অৰ্থাৎ ২৫ শতাংশ দশকেৰে হলবোৰে ছবিগৃহত ছবি প্ৰদৰ্শন কৰিব লাগিব।

ইপিনে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। তেওঁৰ ওপৰতে নিৰ্ভৰ কৰিছে দেশৰ বিনোদন উদ্যোগৰ পৰৱৰ্তী ভৱিষ্যৎ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am
সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am
সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd