• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৫,২৩২ টা হত্যাৰ গোচৰত অভিযুক্ত হিটলাৰৰ অনুচৰ ব্ৰুন’ ডেক পুনৰ কাৰাদণ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2020 5:33 pm
Germ-640
7.4k
VIEWS
Share on FacebookShare on Twitter

মানুহ জনৰ নাম ব্ৰুন’ ডে।

তেওঁৰ বিৰুদ্ধে আছে ৫,২৩২ টা হত্যা কাণ্ড সংঘটিত কৰাৰ অভিযোগ।

তেনে অভিযোগত তেওঁক ইতিমধ্যে বহু বাৰ  কাৰাদণ্ডও বিহা হৈছে।

জাৰ্মানীৰ কুখ্যাত নাজী বাহিনীৰ এজন সহায়কাৰী হিচাবে থকা ব্ৰুন’ই হত্যা কৰিছিল পাঁচ সহস্ৰাধিক লোকক।

হত্যাৰ বলি হোৱা লোক সকল আছিল ইহুদী লোক। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত তেতিয়াৰ পোলেণ্ডৰ ষ্টাটফ কনচেনষ্ট্ৰেছন কেম্পত হাজাৰ হাজাৰ ইহুদী লোকক গুলীয়াই অথবা বিষাক্ত গেছ প্ৰয়োগ কৰি হত্যা কৰিছিল নাজী বাহিনীয়ে।

সেই সময়ত ব্ৰুন’ৰ বয়স আছিল ১৭-১৮ বছৰ।

নাজী বাহিনীৰ এছ এছ গাৰ্ডৰ সদস্য হিচাবে ভৰ্তি হৈছিল ব্ৰুন’।কনচেনষ্ট্ৰেছন কেম্পত ইহুদী লোকক হত্যা কৰাত ব্ৰুন’ই লৈছিল আগভাগ।

জীৱনৰ বিয়লি বেলাত ব্ৰুন’ই তেওঁ কৰা পাপৰ বাবে মৃত ইহুদী লোক সকলৰ বৰ্তমানে জীৱিত আত্মীয়ৰ ওচৰত ক্ষমা বিচাৰিছিল।

হিটলাৰ নেতৃত্বাধীন নাজী বাহিনীৰ অত্যাচাৰৰ কলংকিত অধ্যায়ৰ অংশীদাৰ ব্ৰুন’ ডেক আজি পুনৰ হামবাৰ্গৰ এখন আদালতে দুবছৰৰ কাৰাদন্ড বিহে।

বহু লোকৰ জীৱন কাঢ়ি নিয়া ব্ৰুন’ ডেৰ বৰ্তমান বয়স ৯৩ বছৰ।হামবাৰ্গত ব্ৰুন’ কাৰাদন্ডৰ বাতৰি শুনাৰ পিছতে আনন্দ প্ৰকাশ কৰিছে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত নাজীৰ হাতত মৃত্যু ঘটা ইহুদী লোক সকলৰ বৰ্তমানৰ জীৱিত আত্মীয় সকলে।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd