• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লক্ষ্য ২০২১ বিধানসভা নিৰ্বাচন; ১ আগষ্টৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত বুথলৈ যাওঁ আহক কাৰ্যসূচী

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 28, 2020 7:32 pm
উৎস-ইণ্টাৰনেট

উৎস-ইণ্টাৰনেট

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক আগষ্টৰ পৰা ৩১ আগষ্টলৈ ৰাজ্যজুৰি ২৬ হাজাৰ বুথ সমিতিত সামৰি ব্যাপক সাংগঠনিক কাৰ্য্যসূচী ঘোষণা কৰিছে অসম প্ৰদেশ কংগ্ৰেছে।

আগন্তুক বিধানসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাংগঠনিক তৎপৰতা তৃণমূল পৰ্যায়লৈ সক্ৰিয় আৰু শক্তিশালী কৰাৰ উদ্দেশ্য প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বুথলৈ যাওঁ আহক কাৰ্যসূচী হাতত লৈছে ৷

Apply Now

ৰাজ্যখনৰ প্ৰতিটো ভোট গ্রহণ কেন্দ্রৰ অন্তৰ্গত কংগ্রেছ দলৰ প্ৰায় ২৬ হাজাৰ বুথ কমিটি অহা ১ আগষ্টৰ পৰা ৩১ আগষ্টলৈ এই কাৰ্যসূচীৰে সামৰি লোৱা হব ৷

এক প্ৰেছ বিজ্ঞাপ্তি যোগে দলটোৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে কয় য়ে, “এই ২৬ হাজাৰ বুথ সমিতিৰ সৰহসংখ্যকতে দলৰ শক্তিশালী বুথ সমিতি আছে যদিও এই কাৰ্য্যসূচীৰ যোগেদি এই সমিতিসমূহক আৰু অধিক শক্তিশালী তথা সক্ৰিয় কৰি তোলাৰ উদ্দেশ্যেই উক্ত সমিতিসমূহৰ পুনৰ গঠন আৰু নতুন সদস্যৰ সংযোজন কৰা হ’ব”।

ইপিনে ৩১ আগষ্টৰ ভিতৰত প্ৰতিটো বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বুথ কমিটিৰ গঠন সম্পূর্ণ কৰিব লাগিব ৷ প্ৰতিখন বুথ কমিটিত নিম্নতম ২১ জন সদস্য/সদস্যা থকাটো নিতান্তই প্রয়োজন বুলি প্ৰেছ বিজ্ঞাপ্তিত উল্লেখ কৰা হৈছে।

উল্লেখযোগ্য যে, এই কমিটিসমূহ পুনৰ গঠন কৰোঁতে মহিলা কংগ্রেছ, সেৱা দল, যুৱ কংগ্রেছ, এন এচ য়ু আই আৰু ইয়ং বিগ্ৰেডৰ সক্ৰিয় সদস্যসকলক অগ্রাধিকাৰ দিয়াটো বাঞ্চনীয় হব ৷

আনহাতে ছেপ্টেম্বৰৰ ১০ তাৰিখৰ ভিতৰত প্ৰতিখন জিলা কংগ্রেছ কমিটিয়ে নিজ জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিৰ অন্তৰ্গত সকলো বুথ সমিতিৰ সম্পূর্ণ তালিকা ইমেইল যোগে প্ৰদেশ কংগ্ৰেছ কমিটিলৈ পঠিয়াব লাগিব ৷

ইপিনে এই কাৰ্য্যসূচী স্হানীয় বিধায়ক, সাংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন সাংসদ আৰু সংশ্লিষ্ট বিধানসভা সমষ্টিৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াৰ দিহা-পৰামর্শ আৰু সহযোগত কৰিব লাগিব বুলি বিজ্ঞপ্তিত উল্লেখ কৰি কয় ” দলীয় নেতাসকলৰ লগতে জিলা কংগ্রেছৰ সভাপতি আৰু বিষয়ববীয়া, ব্লক কংগ্রেছৰ সভাপতি আৰু বিষয়ববীয়াসকলো নিজৰ নিজৰ বুথ সভাত উপস্থিত থকাৰ ওপৰিও পাৰ্যমানে অন্যান্য বুথ সমিতিৰ সভাটো উপস্থিত থকাটো বাঞ্চনীয়”।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই অসমৰ প্ৰতিজন কংগ্রেছ নেতা, কৰ্মী,সদস্যকেই এই বুথলৈ যাওঁ আহক কাৰ্য্যসূচীত সক্ৰিয়ভাৱে ব্যাপক হাৰত অংশগ্রহণ কৰি কাৰ্য্যসূচী সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনাই ৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd