• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত পোহৰলৈ আহিল মাতৃৰ পৰা নৱজাতকলৈ কোভিড-১৯ সংক্ৰমণৰ প্ৰথমটো ঘটনা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2020 5:49 pm
Coronavirus
505
VIEWS
Share on FacebookShare on Twitter

কোভিড-১৯ত আক্ৰান্ত গৰ্ভৱতী মাতৃৰ গৰ্ভত থকা ভ্ৰুণ এই মাৰাত্মক ৰোগত সংক্ৰমিত হয় নে নহয় তাকে লৈ বিস্বৰ বিজ্ঞানী সকলে সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা নাছিল।

শেহতীয়াকৈ ভাৰতত প্ৰমাণ হৈছে যে কোভিড আক্ৰান্ত মাতৃৰ দেহৰ পৰা গৰ্ভত থকা ভ্ৰুণলৈ ক’ৰ’ণা ভাইৰাছ সংক্ৰমিত হ’ব পাৰে।

মহাৰাষ্ট্ৰৰ পুনেৰ ছাচুন জেনেৰেল হাস্পতালত শেহতীয়াকৈ এগৰাকী কোভিড আক্ৰান্ত মহিলাই প্ৰসৱ কৰা কন্যা সন্তানটি কোডত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে।

চিকিৎসালয় খনৰ স্ত্ৰী ৰোগ বিভাগৰ চিকিৎসক ডা. আৰতি কিনিকৰে প্ৰকাশ কৰা মতে কিছুদিন পূৰ্বে চিকিৎসালয় খনত ভৰ্তি কৰোৱা গৰ্ভৱতী মহিলা গৰাকী কোভিডত আক্ৰান্ত হৈছিল।

তেওঁ প্ৰসৱ কৰা কন্যা শিশুটিৰ স্বাৱ পৰীক্ষা কৰাৰ অন্তত নৱজাতক টি কোভিডত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে।

জন্মৰ পিছতে শিশুটি জ্বৰত আক্ৰান্ত হয় আৰু তাৰ পিছতেই নৱজাতকটিৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰোৱা হয়।

মহিলা গৰাকীৰ প্লেছেন্টাতো ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি পোৱা গৈছে বুলি তেওঁ প্ৰকাশ কৰে।

ইয়াৰ পূৰ্বে আমেৰিকাৰ টেক্সাছৰ ছাউথ ৱেষ্টাৰ্ণ মেডিকেল চেন্টাৰত এগৰাকী কোভিড আক্ৰান্ত মহিলাই জন্ম দিয়া কন্যা শিশু এটি কোভিডত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰা হৈছিল।

ভাৰতত অৱশ্যে পুনেৰ ঘটনাটোৱেই প্ৰথম ঘটনা।

Tags: COVID-19

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd