• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘নাৰদ’ৰ জয়! দেশ কঁপোৱা প্ৰতিৰক্ষা কেলেংকাৰিত ৪ বছৰৰ কাৰাদণ্ড জয়া জেটলীক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2020 8:36 pm
Jaya-Jaitley_20171218_600_855
419
VIEWS
Share on FacebookShare on Twitter

চনটো আছিল ২০০১।

সেই চনৰে জানুৱাৰী মাহত লগত গোপন কেমেৰালৈ নতুন দিল্লীৰ প্ৰতিৰক্ষা দপ্তৰত প্ৰৱেশ কৰিছিল ‘নাৰদ’ নামেৰে খ্যাত সাংবাদিক মেথিউ ছেমুৱেল।

প্ৰতিৰক্ষা দপ্তৰে ক্ৰয় কৰিব বিচৰা থাৰ্মেল ইমেজাৰ যোগানৰ ঠিকা লাভৰ বাবে ছেমুৱেলে এটা ঠিকা প্ৰতিষ্ঠানৰ লোক হিচাবে সাক্ষাৎ কৰিছিল সমাজবাদী পাৰ্টীৰ মুৰব্বী জয়া জেটলী,একে দলৰে নেতা গোপাল পাচেৰৱালা আৰু সেনাৰ তদানীন্তন মেজৰ জেনেৰেল এছ পি মুৰগাইক।

ঠিকা আৱণ্টনৰ বাবে জয়া জেটলীয়ে টকা লোৱাৰ দৃশ্য বন্দী হৈছিল ছেমুৱেলৰ গোপন কেমেৰাত।

সেনা বিষয়া মুৰগাইয়ে লৈছিল ২০ হাজাৰ টকা।

তদানীন্তন প্ৰতিৰক্ষামন্ত্ৰী জৰ্জ ফাৰ্নাণ্ডেজৰ সৈতে অতি ঘনিষ্ঠ জয়া জেটলীয়ে উপঢৌকন লোৱাৰ ঘটনা সাংবাদিক ছেমুৱেলে ফাদিল কৰাৰ পিছতে দেশজুৰি হৈ-চৈ লাগি গৈছিল।

প্ৰায় ২০ বছৰৰ মূৰত চি বি আইৰ বিশেষ আদালতে আজি জয়া জেটলীৰ লগতে আন লোক দুজনক ৪ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে।

চি বি আৰি আদালতৰ ন্যায়াধীশ বীৰেন্দ্ৰ ভাটে তিনি অভিযুক্তকে ১ লাখ টকাৰ ক্ষতিপূৰণ আদায়ৰো নিৰ্দেশ দিয়ে।

দীৰ্ঘ দিনৰ মূৰত প্ৰতিৰক্ষা কেলেংকাৰিত জড়িত ৰাজনীতিকে শাস্তি পোৱাত এতিয়া বহুতেই আশা প্ৰকাশ কৰিছে যে ৱেষ্টলেণ্ড হেলিকপ্তাৰ কেলেংকাৰি,কফিন কেলেংকাৰি আদিত জড়িত সকলেও শীঘ্ৰে শাস্তিৰ সন্মুখীন হ’ব।

Recent News

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd