• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশাখাপট্টনমৰ বন্দৰত অঘটন: শ্ৰমিকৰ ওপৰত ভাগি পৰিল বিশাল ক্ৰেণ,দহ জন নিহত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 1, 2020 3:21 pm
WhatsApp_Image_2020-08-01_at_1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ কিছুদিন পূৰ্বে ভয়ংকৰ গেছ দুৰ্ঘটনাই জোকাৰি যোৱা অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত আজি পুনৰ সংঘটিত হ’ল এক ভয়ংকৰ দুৰ্ঘটনা।

বন্দৰ নগৰী হিচাবে খ্যাত বিশাখাপট্টনমৰ হিন্দুস্তান শ্বিপিং য়াৰ্ডত আজি বিয়লি এখন বিশাল ক্ৰেণ শ্ৰমিকৰ ওপৰত খহি পৰাৰ ফলত ১০ জন শ্ৰমিকৰ থিতাতে মৃত্যু ঘটে।

Apply Now

বিশাখাপট্টনমৰ বন্দৰত থকা ভাৰত চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠানটোত শ্ৰমিক সকলে গধুৰ বস্তু দঙাৰ বাবে এটা কেইবাটনো ওজনৰ ক্ৰেণ সাজু কৰি থকাৰ সময়তে প্ৰচণ্ড শব্দ কৰি ক্ৰেণ খন তললৈ ভাঙি পৰে ।

ফলত বহু কেইজন শ্ৰমিকক ক্ৰেণ খনে হেঁচা মাৰি ধৰে।

এতিয়ালৈকে দহ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা গৈছে বুলি বিশাখাপট্টনমৰ আৰক্ষী আয়ুক্ত আৰ কে মীনাই প্ৰকাশ কৰিছে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত তাত কমেও ২০ জন শ্ৰমিকে কাম কৰি আছিল যদিও বহু কেইজন শ্ৰমিকে কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

অন্ধ্ৰ প্ৰদেশৰ পৰ্যটন দপ্তৰৰ মন্ত্ৰী মুথাম ছেট্টি ৰাওৱে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

তেওঁ নিহত শ্ৰমিক কেইজনৰ পৰিয়ালক উপযুক্ত সাহায্য প্ৰাদান কৰা হ’ব বুলি ঘোষণা কৰে।

জানিব পৰা মতে ভাৰত চৰকাৰৰ অধীনস্থ হিন্দুস্তান শ্বিপয়াৰ্ড লিমিটেডে প্ৰায় দহ বছৰ পূৰ্বে উক্ত ক্ৰেণ খন কিনিছিল।

ক্ৰেণ খনৰ মেৰামতিৰ প্ৰয়োজন আছিল যদিও কৰা হোৱা নাছিল।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm
লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

June 20, 2026 11:53 am
খান ছাৰলৈ আভ্যন্তৰীন জামিন : পৰৱৰ্তী শুনানিলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে

খান ছাৰলৈ আভ্যন্তৰীন জামিন : পৰৱৰ্তী শুনানিলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে

June 20, 2026 11:44 am
“৫ বছৰীয়া সন্মতিপূৰ্ণ সম্পৰ্কক ধৰ্ষণ আখ্যা দিব নোৱাৰি”: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

“৫ বছৰীয়া সন্মতিপূৰ্ণ সম্পৰ্কক ধৰ্ষণ আখ্যা দিব নোৱাৰি”: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 20, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm
লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

June 20, 2026 11:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd