• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সুশান্তৰ আত্মহত্যাৰ নতুন মোৰ : গ্ৰেপ্তাৰৰ ভয়ত পলাতক অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তী!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 2, 2020 3:36 pm
rheaviralvideo-1596186276
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলিউদৰ প্ৰতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সমগ্ৰ কাণ্ডই এক নতুন মোৰ লৈছে।

কিছুদিন পূৰ্বে সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে সুশান্তৰ চৰ্চিত প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে কেবাটাও ধাৰাত পাটনাত বিহাৰ আৰক্ষীৰ ওতৰত এজাহাৰ দাখিল কৰাৰ পিছতে নতুন মোৰ লৈছে সমগ্ৰ ঘটনাক্ৰমে।

Apply Now

ইতিমধ্যে সুশান্ত সিং ৰাজপুতৰ পিতৃৰ এজাহাৰ ৰুজু কৰি বিহাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

বিহাৰ আৰক্ষীয়ে তদন্তৰ বাবে মুম্বাইত উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত বিভিন্নজনৰ জবানবন্দী সংগ্ৰহ কৰিছে।

সুশান্তৰ সহকৰ্মী, বন্ধু বৰ্গ, আত্মীয়, ৰান্ধনী আৰু প্ৰাক্তন প্ৰেয়সী অংকিতা লাখণ্ডেৰ জবানবন্দী সংগ্ৰহ কৰি বিহাৰ আৰক্ষীয়ে বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।

ইফালে মূল অভিযুক্ত অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তীৰ সন্ধান লাভ কৰা নাই বুলি জানিবলৈ দিছে বিহাৰ আৰক্ষীৰ ডিজি গুপ্তেশ্বৰ পাণ্ডেই।

অভিযুক্ত ৰীয়া চক্ৰৱৰ্তীক মুম্বাইত আৰক্ষীয়ে সন্ধান কৰিছে যিদও বৰ্তমানলৈকে অভিনেত্ৰী গৰাকীৰ সন্ধান লাভ কৰা নাই বিহাৰ আৰক্ষীয়ে।

এক সংবাদ প্ৰতিষ্ঠানৰ আগত পাণ্ডেই ৰীয়া চক্ৰৱৰ্তীৰ নাম নোলোৱাকৈ কয়, “যদি কোনো দোষ নাই তেনে তেওঁ আমাৰ তদন্ত প্ৰক্ৰিয়াক সহযোগ কৰা উচিত। আমি কোনো নিৰ্দোষী লোকক গ্ৰেপ্তাৰ নকৰো।”

“যাৰ বিৰুদ্ধে কোনো তথ্য প্ৰমাণ নাথাকে তেওঁ বিৰুদ্ধে কোনা ব্যৱস্থা লোৱা নহয়, কিন্তু তথ্য প্ৰমাণ থকাসকলক আমি এৰি নিদিওঁ। লাগিলে সেয়া পৰিচালক, প্ৰযোজক, বিলিয়নাৰ, ডাঙৰ উদ্যোগপতি যিয়েই নহওক।” ডিজি পাণ্ডেই কয়।

ইফালে বিহাৰ আৰক্ষীয়ে সুশান্ত সিং ৰাজপুতৰ বেংক একাউন্টৰ তথ্যপাতি তথা লেন-দেনো পৰীক্ষা কৰিছে।

উল্লেখ্য যে সুশান্তৰ পিতৃয়ে সুশান্তৰ একাউন্টৰ পৰা ৰীয়া চক্ৰৱৰ্তীয়ে ১৫ কোটি টকা কোনো অজ্ঞাত ব্যক্তিৰ একাউন্টলৈ ট্ৰেঞ্চফাৰ কৰা বুলি এজাহাৰত অভিযোগ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm
নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

July 1, 2026 3:04 pm
ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

July 1, 2026 1:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm
নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd