• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত কংগ্ৰেছে পাতিলে প্ৰতাৰণা দিৱস : নৰেন্দ্ৰ মোডীৰ প্ৰতিশ্ৰুতিৰ প্ৰতিলিপি দাহ

উত্তম শইকীয়া by উত্তম শইকীয়া
August 3, 2020 2:07 pm
IMG-20200803-WA0027~2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ পূৰ্বেই প্রধানমন্ত্রী নৰেন্দ্ৰ মােডী, কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰী আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দিয়া ভুৱা প্রতিশ্রুতিৰে অসমৰ জনসাধাৰণক প্ৰতাৰণা কৰাৰ অভিযোগেৰে আজি অসম প্ৰদেশ কমগ্ৰেছৰ নেতৃত্বত বোকাখাততো প্ৰতাৰণা দিৱস পালন কৰে বোকাখাত ব্লক কংগ্ৰেছে৷

বোকাখাতৰ গান্ধী ভৱন প্ৰাংগনত আয়োজিত এই দিৱসৰ কাৰ্যসুচীত বোকাখাত ব্লক কংগ্ৰেছৰ কৰ্মকৰ্তাই নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সণোৱাল চৰকাৰে জনসাধাৰণক দিয়া মিছা প্ৰতিশ্ৰুতি সমুহৰ প্ৰতিলিপি দাহ কৰে৷

Apply Now

বোকাখাত ব্লক কংগ্ৰেছৰ মতে ২০১৭ চনত অসমত হােৱা প্রলয়ংকাৰী বানপানীৰ খবৰ ল’বলৈ প্রধানমন্ত্রী নৰেন্দ্র মােডী ১ আগষ্টত অসমলৈ আহি অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বানপানীৰ ক্ষয়ক্ষতিৰ বাবে ২৩৫০ কোটি টকা, তৎকালীনভাৱে অসমক ২৫০ কোটি টকা, ব্ৰহ্মপুত্ৰৰ খহনীয়া প্রতিবােধৰ বাবে ৪০০ কোটি টকা আৰু ব্রহ্মপুত্র অৱবাহিকাৰ অধ্যয়নৰ বাবে ১০০ কোটি টকা দিয়াৰ কথা নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল৷

২০১৬ চনৰ ২৪ অক্টোবৰত নতুন দিল্লীত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ উপস্থিতিত কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে অসমৰ বান নিয়ন্ত্ৰণৰ বাবে ব্ৰহ্মপুত্ৰৰ দুয়ােপাৰে ১ লাখ কোটি টকা বিনিয়ােগ কৰি এক্সপ্রেছ হাইরে নির্মাণ কৰা হ’ব বুলিও প্রতিশ্রুতি দিছিল। এই সমুহ প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈয়ে থাকিল৷

২০১৪ চনৰ বিজেপিৰ ৰাষ্ট্ৰীয় ইস্তাহাৰ আৰু ২০১৬ চনৰ অসম বিধানসভা নির্বাচনৰ পূর্বে বিজেপি দলে প্রকাশ কৰা ভিজন ডকুমেন্টত অসমৰ বানপানী নিয়ন্ত্ৰণৰ বাবে দিয়া প্রতিশ্রুতিসমূহ ক’ত গ’ল বুলি প্ৰশ্ন কৰে বোকাখাত ব্লক কংগ্ৰেছে৷

ইয়াৰ উপৰিও মুখ্যমন্ত্রী সােণােৱাল ডাঙৰীয়াই ব্রহ্মপুত্রৰ বানপানী নিয়ন্ত্রণৰ বাবে ড্রেজাৰেৰে ব্রহ্মপুত্রৰ বুকুত খনন কৰা হ’ব বুলিও প্রতিশ্রুতি দিছিল যদিও কাৰ্যত সিও হৈ নুঠিল৷

নমামী ব্ৰহ্মপুত্ৰ আৰু নমামী বৰাক উৎসৱ পাতি এই দুয়াে নদীৰ বান নিয়ন্ত্ৰণৰ বাবে দিয়া প্রতিশ্রুতি সমূহ আজিও প্ৰতিশ্ৰুতি হৈয়ে থাকিল বুলি আজিৰ প্ৰতাৰণা দিবসত উল্লেখ কৰে বোকাখাত ব্লক কংগ্ৰেছে৷

এই সমুহ প্ৰতিশ্ৰুতিৰে নৰেন্দ্ৰ মোডীয়ে কাৰ্যত অসমৰ জনসাধাৰণক প্ৰতাৰণাহে কৰিলে বুলি মন্তব্য কৰে কংগ্ৰেছৰ সদস্যসকলে৷

বোকাখাত ব্লক কংগ্ৰেছৰ এই প্ৰতাৰণা দিৱসত ব্লক কংগ্ৰেছৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মী, অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সম্পাদক পৰাগ শইকীয়া, দাদু টায়, হৰি প্ৰসাদ শইকীয়া, জিলা মহিলা কংগ্ৰেছৰ সভাপতি মিনতি দলে, জিলা জনজাতি কংগ্ৰেছৰ মামনি দলে,  ব্লক কংগ্ৰেছৰ সম্পাদক ক্ৰমে লক্ষী প্ৰসাদ শইকীয়া, সীমান্ত শইকীয়া আৰু জিতু শইকীয়াৰ লগতে দলীয় বিষয়া কৰ্মী উপস্থিত থাকে৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd