• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৃত্যুৰ পূৰ্বে অক্সিজেন বিচাৰি হাহাকাৰ : শিলচৰ মেডিকেল কলেজত মৃত্যুক আঁকোৱালি ল’লে যুৱকে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 4, 2020 6:08 pm
469
VIEWS
Share on FacebookShare on Twitter

পুনৰ শিলচৰ মেডিকেল কলেজত অক্সিজেন আৰু চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে।

যুৱকজনৰ নাম মাছুক আহমেদ(২১) আৰু ঘৰ কাছাৰৰ বালিঘাটত বুলি জানিব পৰা গৈছে।

মৃত যুৱকজনৰ উশাহ নিশাহ লোৱাত অসুবিধা হোৱাত অক্সিজেন যোগান ধৰিবলৈ চিকিৎসকক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো যোগান নধৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

অৱশ্যে, মৃত যুৱকজনৰ মাতৃয়ে হাতে ভৰিয়ে ধৰি ধৰাত তেওঁক অক্সিজেনৰ যোগান ধৰে যদিও চিকিৎসাৰ অভাৱত মৃত্যুক আকোৱালি লোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

‘ৰবিবাৰে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। জীয়াই থাকোতে মাছুকে নিজে চিকিৎসকক বাৰেপতি অনুৰোধ কৰিছিল মোক অক্সিজেন লগাই দিয়ক, মই উশাহ লোৱাত বৰ কষ্ট পাইছো। কিন্তু তেওঁলোকে অক্সিজেনৰ যোগান নধৰিলে। তাৰ পিছত মই হাত জোৰ কৰি চিকিৎসকক অক্সিজেন লগাবলৈ অনুৰোধ জনাইছিলো। শেষত অক্সিজেন মাস্ক লগালে যদিও তেওঁক বচাব নোৱাৰিলে। আমি বাৰেপতি চিকিৎসকক ৰোগীজনক চিকিৎসা কৰিবলৈ অনুৰোধ জনাইছিলো যদিও কোনো চিকিৎসা নকৰিলে। প্ৰথম টেষ্টৰ ৰিপৰ্ট নিগেটিভ আহিছিল আৰু  মৃত্যুৰ পূৰ্বে অহা টেষ্টটোও নিগেটিভ আহিছিল।‘ এইদৰে কয় মৃত যুৱকজনৰ পৰিয়ালৰ এগৰাকী লোকে।

যুৱকজনৰ মাতৃ আৰু পৰিয়ালৰ লোকে এক ভিডিঅযোগে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আনিছে ভয়ংকৰ অভিযোগ।

যকৃতৰ ৰোগত আক্ৰান্ত হোৱা মাছুকক শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল যদিও কোভিডৰ ৰিজাল্ট নহাৰ বাবে চিকিৎসা আৰম্ভ নকৰে চিকিৎসকে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মাছুকৰ পৰিয়ালৰ লোকে।

ইতিমধ্যে, ছচিয়েল মেডিয়াত ভাইৰেল হৈছে ভিডিওটো।

তাৰ পাছতে আমি শিলচৰ মেডিকেল কলেজ কতৃপক্ষৰ সৈতে ফোনযোগে যোগাযোগৰ চেষ্টা কৰিছিলো যদিও কোনো উত্তৰ পোৱা নগ’ল।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd