• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰামেই সৰ্বোত্তম: ৰাম ভক্তিত গদ্ গদ্ কংগ্ৰেছ নেতা ৰাহুল গান্ধী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 5, 2020 5:52 pm
Rahul-Gandhi
367
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ নিৰ্বাচনী ৰণ জিকাৰ প্ৰধান সম্বল ৰাম মন্দিৰৰ প্ৰসংগত কংগ্ৰেছে ইমান দিনে এক কৌশলী স্থিতি গ্ৰহণ কৰি আহিছিল।

বিষয়টো আদালতৰ বিচাৰাধীন বুলি এই সন্দৰ্ভত কংগ্ৰেছে বিশেষ কোনো মন্তব্য প্ৰকাশ কৰা নাছিল।

কিন্তু এতিয়া অযোধ্যাৰ ৰাম মন্দিৰক লৈ নাই কোনো আইনী লেঠা।

আদলতেই ৰাম মন্দিৰ নিৰ্মাণৰ নিৰ্দেশ দিছে। এনে পৰিস্থিতিত বিষয়টোক লৈ মৌনতা অৱলম্বন কৰি থাকিলে বহুতেই বেয়া পাব বুলি ভাবিয়েই কংগ্ৰেছেও মুখ খুলিছে।

কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে ৰাম মন্দিৰ সন্দৰ্ভত কৰা টুইটত কৈছে যে মৰ্যাদা পুৰুষোত্তম ভগৱান ৰাম সৰ্বোত্তম মানৱীয় গুণৰ স্বৰুপ।

मर्यादा पुरुषोत्तम भगवान राम सर्वोत्तम मानवीय गुणों का स्वरूप हैं। वे हमारे मन की गहराइयों में बसी मानवता की मूल भावना हैं।

राम प्रेम हैं
वे कभी घृणा में प्रकट नहीं हो सकते

राम करुणा हैं
वे कभी क्रूरता में प्रकट नहीं हो सकते

राम न्याय हैं
वे कभी अन्याय में प्रकट नहीं हो सकते।

— Rahul Gandhi (@RahulGandhi) August 5, 2020

ৰামেই প্ৰেম,তেওঁ কেতিয়াও কাকো ঘৃণা কৰিব নোৱাৰে,ৰাম মানেই কৰুণা,যিয়ে কেতিয়াও নিষ্ঠুৰ হ’ব নোৱাৰে,ৰাম মানেই ন্যায়,যিয়ে কেতিয়াও অন্যায়ৰ সৈতে সহাৱস্থান কৰিব নোৱাৰে।

ৰাহুল গান্ধীৰ পূৰ্বে কংগ্ৰেছৰ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়েও ভূমি পূজনক জাতীয় ঐক্যৰ উৎসৱ বুলি আখ্যা দিছিল।

মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথেও অযোধ্যাৰ ভূমি পূজনৰ প্ৰশংসাত গদ্ গদ্ হৈ পৰিছিল।

কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৰেতো জয় শ্ৰী ৰাম ধ্বনিয়েই দিছিল।

এনে পৰিস্থিতিত ৰাহুল গান্ধীয়ে মনে মনে থাকে কিদৰে? তেঁৱো সেয়ে নামি পৰিল ৰাম বন্দনাত।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd