• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বজৰং দলৰ ৰেলীক কেন্দ্ৰ কৰি শোণিতপুৰৰ বৰচলাত দুটা ফৈদৰ মাজত তুমুল সংঘৰ্ষ

জ্বলাই দিলে বাইক-মেজিক; আবদ্ধ কৰি ৰাখে পুজাৰীসহ ৬ জনকৈ লোকক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 5, 2020 7:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাম মন্দিৰৰ ভূমি পুজনৰ দিনাই শোণিতপুৰত সংঘটিত হৈছে একত অপ্ৰীতিকৰ ঘটনা।

ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পুজনৰ পাছতে বজৰং দলে এক বাইক ৰেলী উলিওৱাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত কাজিয়াৰ সুত্ৰপাত সৃষ্টি হয়।

Apply Now

বজৰং দলৰ সমৰ্থকৰ সৈতে কাজিয়াত লিপ্ত হয় আন একাংশ লোক। বাইক আৰু গাড়ীৰে সমদৰ বাহিৰ কৰাৰ সময়তে শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ ঠেলামৰা ভৰাশিঙৰি অঞ্চলত আন একাংশ লোকে দা আৰু যাঠীৰে আক্ৰমণ কৰে সমদলকাৰীক। ফলত বহু কেইগৰাকী বজৰং দলৰ সদস্য গুৰুৰত ভাৱে আঘাতপ্ৰাপ্ত হয়।

অঞ্চলটোৰ হৰগৌৰী মন্দিৰত অনুষ্ঠিত হৈছিল ৰাম মন্দিৰৰ ভূমি পূজন উপলক্ষে বিশেষ অনুষ্ঠান।
এটা বিশেষ সম্প্ৰদায়ৰ লোকে সমদলৰ দুখনকৈ বাইক আৰু এখন মেজিক জ্বলাই দিয়াৰ উপৰিও আৱদ্ধ কৰি ৰাখে মন্দিৰটোৰ পুজাৰীসহ বজৰং দলৰ কেইজনমান সদস্যক। পাছত তেওঁলোকক এৰি দিয়া বুলি জানিব পৰা গৈছে।

Barsala.jp33
দুৰ্বৃত্তই জ্বলাই দিয়া বাইক

সমদলটোত বজৰং দলৰ ২০-২৫জন মান সদস্য আছিল বুলি জানিব পৰা গৈছে।

ঘটনাটোক কেন্দ্ৰ কৰি বৰ্তমানো উত্তপ্ত হৈ আছে থেলামৰাৰ সেই অঞ্চল।

ঘটনাস্থলীত উপস্থিত হৈছে জিলা প্ৰশাসন আৰু আৰক্ষীৰ শীৰ্ষ পৰ্য্যায়ৰ বিষয়া গৈ উপস্থিত হৈছে ঘটনাস্থলীত।

ঘটনাস্থলীত বিধায়ক গণেশ লিম্বু উপস্থিত হৈছে বুলি জানিব পৰা গৈছে। বৰ্তমানলৈকে কোনো লোককে আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই।

ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am
ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd