• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বজৰং দলৰ ৰেলীক কেন্দ্ৰ কৰি শোণিতপুৰৰ বৰচলাত দুটা ফৈদৰ মাজত তুমুল সংঘৰ্ষ

জ্বলাই দিলে বাইক-মেজিক; আবদ্ধ কৰি ৰাখে পুজাৰীসহ ৬ জনকৈ লোকক

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 5, 2020 8:13 pm

2 min read

790
VIEWS
Share on FacebookShare on Twitter

ৰাম মন্দিৰৰ ভূমি পুজনৰ দিনাই শোণিতপুৰত সংঘটিত হৈছে একত অপ্ৰীতিকৰ ঘটনা।

ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পুজনৰ পাছতে বজৰং দলে এক বাইক ৰেলী উলিওৱাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত কাজিয়াৰ সুত্ৰপাত সৃষ্টি হয়।

বজৰং দলৰ সমৰ্থকৰ সৈতে কাজিয়াত লিপ্ত হয় আন একাংশ লোক। বাইক আৰু গাড়ীৰে সমদৰ বাহিৰ কৰাৰ সময়তে শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ ঠেলামৰা ভৰাশিঙৰি অঞ্চলত আন একাংশ লোকে দা আৰু যাঠীৰে আক্ৰমণ কৰে সমদলকাৰীক। ফলত বহু কেইগৰাকী বজৰং দলৰ সদস্য গুৰুৰত ভাৱে আঘাতপ্ৰাপ্ত হয়।

অঞ্চলটোৰ হৰগৌৰী মন্দিৰত অনুষ্ঠিত হৈছিল ৰাম মন্দিৰৰ ভূমি পূজন উপলক্ষে বিশেষ অনুষ্ঠান।
এটা বিশেষ সম্প্ৰদায়ৰ লোকে সমদলৰ দুখনকৈ বাইক আৰু এখন মেজিক জ্বলাই দিয়াৰ উপৰিও আৱদ্ধ কৰি ৰাখে মন্দিৰটোৰ পুজাৰীসহ বজৰং দলৰ কেইজনমান সদস্যক। পাছত তেওঁলোকক এৰি দিয়া বুলি জানিব পৰা গৈছে।

Barsala.jp33
দুৰ্বৃত্তই জ্বলাই দিয়া বাইক

সমদলটোত বজৰং দলৰ ২০-২৫জন মান সদস্য আছিল বুলি জানিব পৰা গৈছে।

ঘটনাটোক কেন্দ্ৰ কৰি বৰ্তমানো উত্তপ্ত হৈ আছে থেলামৰাৰ সেই অঞ্চল।

ঘটনাস্থলীত উপস্থিত হৈছে জিলা প্ৰশাসন আৰু আৰক্ষীৰ শীৰ্ষ পৰ্য্যায়ৰ বিষয়া গৈ উপস্থিত হৈছে ঘটনাস্থলীত।

ঘটনাস্থলীত বিধায়ক গণেশ লিম্বু উপস্থিত হৈছে বুলি জানিব পৰা গৈছে। বৰ্তমানলৈকে কোনো লোককে আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই।

ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Recent News

কভিড হটস্পট হৈ পৰিল কুম্ভমেলা, ৯জন পুৰোহিতসহ দুদিনতে আক্ৰান্ত হ’ল এহেজাৰৰো অধিক

কভিড হটস্পট হৈ পৰিল কুম্ভমেলা, ৯জন পুৰোহিতসহ দুদিনতে আক্ৰান্ত হ’ল এহেজাৰৰো অধিক

samujjal

অসমতো হ’ব নেকি পৰীক্ষা বাতিল! কি পৰামৰ্শ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

cow

গৰু বিহু উপলক্ষ্যে অনুষ্ঠিত হ’ল গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা! অসমৰ ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd