• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অচিৰেই মুকলি হ’ব বোকাখাতৰ এশখন বিচনাযু্ক্ত শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়

মুকলিৰ পূর্বে এইখন ব্যৱহৃত হ'ব ক'ভিড ১৯ৰ চিকিৎসালয় ৰূপে

উত্তম শইকীয়া by উত্তম শইকীয়া
August 7, 2020 10:31 am
Image_1596769929959~2

ফটো: নর্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৫ আগষ্ট বা তাৰ পাচৰ সপ্তাহতে মুকলি হ’ব  ১০০ বিচনাযুক্ত বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় ৷ কিন্তু তাৰ পূর্বে চিকিৎসালয়খন ক’ভিড কেয়াৰ চিকিৎসালয় হিচাপে ব্যৱহাৰ কৰা হ’ব ৷

ইতিমধ্যে আধুনিক সা-সুবিধাৰে চিকিৎসালয় খনৰ ৮০ শতাংশৰো অধিক কাম সম্পূৰ্ণ হৈ উঠিছে যদিও কাৰিকৰী বহু কাম বাকী আছে ৷

Apply Now

বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ সঞ্চালক জে ভি এন সুব্ৰমনিয়ামে পৰিদৰ্শন কৰে নিৰ্মাণৰত চিকিৎসালয় খন ৷

পৰিদৰ্শন কালত সঞ্চালক গৰাকীয়ে ১৫ আগষ্টৰ পূৰ্বে বোকাখাতৰ এশখন বিচনাযুক্ত চিকিৎসালয়ৰ ৰৈ যোৱা কামসমূহ গোলাঘাটৰ উপায়ুক্ত, বোকাখাতৰ মহকুমাধিপতি আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

বৰ্তমানলৈকে সম্পুৰ্ণ হোৱা চিকিৎসালয় খনৰ কামৰ অগ্ৰগতিত স্বাস্থ্য মিচনৰ সঞ্চালক গৰাকীয়ে সন্তোষ প্ৰকাশ কৰে ৷

ইয়াৰ পাছতে উপায়ুক্ত বিভাষ মোডীয়েও চিকিৎসালয় খন পৰিদর্শন কৰে ৷ ক’ভিড ১৯ৰ সংক্ৰমণৰ পটভুমিত নতুন ব্যৱস্থাপনাৰে বোকাখাতৰ এই নৱ নিৰ্মিত চিকিৎসালয়কো ব্যৱহাৰ কৰিব পাৰি নেকি তাৰ বাবেই উপায়ুক্ত বিভাষ মোডীৰ এই পৰিদৰ্শন বুলি জানিব পৰা গৈছে ৷

বোকাখাত মহকুমাত ক’ভিড ১৯ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাই থকাত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বোকাখাত মহকুমাত আৰু দুখন ক’ভিড কেয়াৰ চিকিৎসালয় মুকলি কৰা হৈছে ৷

কহঁৰাত থকা জিলা গ্ৰামোন্নয়ন প্ৰাধিকৰণৰ অতিথিশালা আৰু পৰ্যটন বিভাগৰ বনশ্ৰী নামৰ অতিথিশালাক বৃহস্পতিবাৰৰ পৰা ক’ভিড কেয়াৰ চিকিৎসালয় হিচাবে মুকলি কৰা হৈছে ৷

বোকাখাতত ক’ভিড ১৯ ৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্তৰ পৰিদৰ্শনৰ পিচতে নৱ নিৰ্মিত এশ বিচনাযুক্ত শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয় খনক দুশ খন বিচনাৰে ক’ভিড কেয়াৰ হাস্পতাল হিচাবে ব্যৱহাৰ কৰা হ’ব বুলিও প্ৰশাসনে জানিবলৈ দিছে ৷

পৰিদৰ্শন কালত চিকিৎসালয় খনৰ বৰ্তমানৰ পৰিস্থিতিৰ বুজ লয় উপায়ুক্ত গৰাকীয়ে ৷ ইফালে, চিকিৎসালয়খনত পর্যাপ্ত পৰিমাণৰ ঔষধ নথকাৰ অভিযোগ প্ৰসংগত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত চিকিৎসালয়খনত পৰ্যাপ্ত ঔষধ নথকা কথা স্বীকাৰ কৰে‍ উপায়ুক্তই ৷

এই ক্ষেত্ৰত উপায়ুক্তই গোলাঘাটৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd