• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্ৰীলংকাৰ নিৰ্বাচনত এছ এল পি পিৰ নিৰংকুশ বিজয়: প্ৰধান মন্ত্ৰী হ’ব মহিন্দা ৰাজাপাক্ষে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2020 8:40 pm
raja
260
VIEWS
Share on FacebookShare on Twitter

দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ আজি হোৱা ভোট গণনাত এছ এল পি পি দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জনেৰে দেশখনত চৰকাৰ গঠনৰ বাট প্ৰশস্ত কৰিলে।

আজি হোৱা ভোট গণনাত মহিন্দা ৰাজাপাক্ষে নেতৃত্বাধীন এছ এল পি পি দলে দেশখনৰ সংসদৰ মুঠ ২২৫ খন আসনৰ ভিতৰৰে ১৪৫ খন আসন লাভ কৰিবলৈ সক্ষম হয়।

এছ এল পি পি মিত্ৰ জোঁটে লাভ কৰে আন পাঁচ খন আসন।

বিৰোধী দলে নিৰ্বাচনত লাভ কৰা আসনৰ সংখ্যা হৈছে মাত্ৰ ৫৪ খন।

দেশখনৰ মুঠ ১৬.২ নিযুত ভোটাৰৰ ভিতৰত ৭৫ শতাংশ ভোটাৰেই ৰাজাপাক্ষেৰ দলৰ সমৰ্থনত ভোট দিয়ে। উল্লেখ্য বিগত বৰ্ষৰ নৱেম্বৰ মাহত ৰাজাপাক্ষেৰ ভাতৃ গোতাবায়া ৰাজাপাক্ষেই দেশখনৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল।

ইয়াৰ পিছতে ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপাক্ষেই মহিন্দা ৰাজাপাক্ষেক দ্বীপ ৰাষ্ট্ৰ খনৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰে।

সংবিধানৰ বিধান অনুসৰিয়েই দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হয়।

শেহতীয়াকৈ ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোদৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপাক্ষে আৰু অন্তৱৰ্তী প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাক্ষেই যি সৱল পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বাবেই দেশ খনত কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা মাত্ৰ ১১ জনতে সীমাবদ্ধ হৈ ৰয়।

সেই বাবেই জনতাৰ আস্থা অৰ্জনত সমৰ্থ হয় ৰাজাপাক্ষে ভাতৃদ্বয়।

তাৰ সুফলো আজি তেওঁলোকে লাভ কৰিলে।

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফোন কৰি মহিন্দা ৰাজাপাক্ষেক শুভেচ্ছা জ্ঞাপন কৰে।

Recent News

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

ক্ষমতাৰ ৰাগীত বলিয়ান দণ্ডাধীশ পৰীস্মিতা দিহিঙীয়াৰ বিৰুদ্ধে চিকিৎসক সুৰজিৎ গিৰিক অপমান কৰাৰ অভিযোগ!

ক্ষমতাৰ ৰাগীত বলিয়ান দণ্ডাধীশ পৰীস্মিতা দিহিঙীয়াৰ বিৰুদ্ধে চিকিৎসক সুৰজিৎ গিৰিক অপমান কৰাৰ অভিযোগ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd