• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বৰ চতুৰ্থ গৰাকী ধনী ব্যক্তি মুকেশ আম্বানি : শীর্ষ দহ গৰাকীৰ ধনাঢ্য ব্যক্তিৰ তালিকা চাওক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2020 2:39 pm
mukeshambani-55_5-730x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানি বিশ্বৰ চতুৰ্থগৰাকী ধনাঢ্য ব্যক্তিৰ স্থানত উপৱিষ্ট হৈছে।

দ্য ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্স-এ ঘোষণা কৰা তালিকাত মুকেশ আম্বানীক বিশ্বৰ চতুৰ্থ গৰাকী ধনাঢ্য ব্যক্তি বুলি কোৱা হৈছে।

Apply Now

ভাৰতীয় উদ্যোগপতি ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমনে মুকেশ আম্বানিয়ে জেফ্ বেজ’ছ, বিল গেটছ আৰু মাৰ্ক জুকাৰবাৰ্গৰ পিছতে চতুৰ্থ স্থান লাভ কৰিছে।

উল্লেখ্য যে, ফেইচবুকৰ কো-ফাউণ্ডাৰ তথা ৱিকিপিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে বিশ্বৰ তৃতীয়গৰাকী ধনাঢ্য ব্যক্তি হিচাপে পৰিগণিত হৈছে।

দ্য ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্সৰ মতে মুকেশ আম্বানিয়ে যোৱা জানুৱাৰী মাহৰ পিছত একেকোবে দহটা স্থান আগুৱাই আহি বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ চতুৰ্থ স্থানত উপৱিষ্ট হৈছে।

এই তালিকাত আম্বানিয়ে বাৰ্ণাৰ্ড আৰ্ণল্ড, ৱাৰেন্ট বুফেট, ষ্টীভ বালমাৰ, লাৰী পেউজ, চাৰ্গে ব্ৰীন, এলম মুস্ক আদি বিশ্বৰ বহু ধনাঢ্য ব্যক্তিক চেৰ পেলাই থৈ আহিছে।

তলত দ্য ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্স-এ প্ৰকাশ কৰা বিশ্বৰ প্রথম দহ গৰাকী ধনাঢ্য ব্যক্তিৰ নাম আৰু সম্পদৰ তালিকা দিয়া হ’ল।

 ধনাঢ্য ব্যক্তিৰ নাম
মুঠ সম্পদ
১) জীফ্ বেজ’ছ ১৮৭ মাৰ্কিন বিলিয়ন
২) বিল গেটছ ১২১ মাৰ্কিন বিলিয়ন
৩) মাৰ্ক জুকাৰবাৰ্গ ১০২ মাৰ্কিন বিলিয়ন
৪) মুকেশ আম্বানি ৮০.৬ মাৰ্কিন বিলিয়ন
৫) বেৰ্নাৰ্ড এৰ্নাল্ট ৮০.২ মাৰ্কিন বিলিয়ন
৬) ৱাৰেন বুফেট ৭৯.২ মাৰ্কিন বিলিয়ন
৭) ষ্টীভ বালমাৰ ৭৬.৪ মাৰ্কিন বিলিয়ন
৮) লাৰী পেইজ ৭১.৩ মাৰ্কিন বিলিয়ন
৯) চাৰ্গে ব্ৰীন ৬৯.১ মাৰ্কিন বিলিয়ন
১০) এলন মুস্ক ৬৮.৭ মাৰ্কিন বিলিয়ন

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডুত মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ : টিভিকে বিধায়কক ৩৫ কোটি টকাৰ প্ৰস্তাৱ, গ্ৰেপ্তাৰ ৩ জন

তামিলনাডুত মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ : টিভিকে বিধায়কক ৩৫ কোটি টকাৰ প্ৰস্তাৱ, গ্ৰেপ্তাৰ ৩ জন

July 1, 2026 7:51 pm
৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

July 1, 2026 7:27 pm
তৃণমূল সাংসদ মহুৱা মৈত্ৰলৈ কণী আৰু বেঙেনা নিক্ষেপ : ফেচবুকত লাইভ কৰি ক্ষোভ প্ৰকাশ

তৃণমূল সাংসদ মহুৱা মৈত্ৰলৈ কণী আৰু বেঙেনা নিক্ষেপ : ফেচবুকত লাইভ কৰি ক্ষোভ প্ৰকাশ

July 1, 2026 6:40 pm
প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

July 1, 2026 5:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডুত মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ : টিভিকে বিধায়কক ৩৫ কোটি টকাৰ প্ৰস্তাৱ, গ্ৰেপ্তাৰ ৩ জন

তামিলনাডুত মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ : টিভিকে বিধায়কক ৩৫ কোটি টকাৰ প্ৰস্তাৱ, গ্ৰেপ্তাৰ ৩ জন

July 1, 2026 7:51 pm
৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

July 1, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd