• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰিপুৰত পূৰ্বে ২৭ বাৰ বিমান অৱতৰণ কৰিছিল দুৰ্ঘটনাত নিহত পাইলট দীপক ছাথেই

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2020 6:34 pm
deepak
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে কেৰালাৰ কাৰিপুৰ বিমান বন্দৰত অৱতৰণৰ সময়তে দ্বিখণ্ডিত হৈ পৰা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান খনৰ পাইলট দীপক বসন্ত ছাথেৰ মৃত্যুই শোকৰ ছাঁ পেলাইছে দেশত।

এয়াৰ ইণ্ডিয়াৰ এগৰাকী সুদক্ষ পাইলট হিচাবে পৰিচিত দীপক ছাথেই এবাৰ নহ’য়,দুবাৰ নহ’য়,প্ৰায় ২৭ বাৰ কাৰিপুৰৰ বিমান বন্দৰত বহু বিমানৰ সফল অৱতৰণ কৰিছিল।

Apply Now

এই তথ্য সদৰী কৰিছে অসামৰিক বিমান পৰিবহণ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে। কোজিকোডৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে অনুষ্ঠিত কৰা সংবাদ মেলত এই কথা প্ৰকাশ কৰে।

তেওঁ কয় যে দীপক ছাথেৰ আছিল ১০,০০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা।

ইমানৰ পিছতো তেওঁ কালিৰ দুৰ্ঘটনাটো প্ৰতিহত কৰিব নোৱাৰিলে।

দীপক ছাথেই ২০০৩ চনতে এয়াৰ ইণ্ডিয়াৰ পৰা অৱসৰ লৈ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত যোগদান কৰিছিল।

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ এয়াৰ ইণ্ডিয়াৰে সহযোগী সংস্থা।

১৯৮১ চনত পুনেৰ নেচনেল ডিফেন্স একাডেমীৰ পৰা উত্তীৰ্ণ ছাথেই সেই বছৰতে এয়াৰ ইণ্ডিয়াত যোগ দিছিল।

অৱসৰৰ পিছত তেওঁ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত এগৰাকী কেপ্তেইন হিচাবে যোগ দিয়ে।

অভিজ্ঞতাৰ দিশৰ পৰা কোনো পৈনত ছাথেই আনকি কালি বিপদৰ আশংকা কৰি দুবাৰ কৈ বিমান খন অৱতৰণ নকৰা কৈ আছিল।

তৃতীয়বাৰৰ চেষ্টাতে ঘটি গৈছিল অঘটনটো।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

June 20, 2026 4:54 pm
 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

June 20, 2026 4:04 pm
দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়   

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়  

June 20, 2026 3:51 pm
পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

June 20, 2026 4:54 pm
 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

June 20, 2026 4:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd