• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বান আৰু গৰাখহনীয়া নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ ৰাজ্য চৰকাৰ : লাহৰীঘাটত প্ৰতিবাদ মুছাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 10, 2020 7:51 pm
index.jpg
144
VIEWS
Share on FacebookShare on Twitter

মৰিগাঁও জিলাৰ লাহৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত উলুবাৰী গাৱত ব্ৰহ্মপুত্ৰৰসংসাৰী ৰূপ ধাৰণ কৰাত মুছলিম ছাত্ৰ সন্থা, অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত এটি সজাতি দলে সেই অঞ্চল পৰিদৰ্শন কৰে।

পৰিদৰ্শন কালত এক প্ৰতিবাদী কাৰ্যসুচীও ৰুপায়ণ কৰি মুছলিম ছাত্ৰ সন্থা অসমৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে বানপীড়িত আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী কৰে।

ইয়াৰ উপৰি ৰাজ্য চৰকাৰক প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ লগতে বান আৰু গৰাখহনীয়াত আক্ৰান্ত ৰাইজক পৰ্যাপ্ত সাহায্য প্ৰদানৰ আহ্বান জনাই প্ৰতিবাদকাৰীসকলে।

প্ৰতিবাদকাৰীসকলে বান আৰু গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত মুছলিম ছাত্ৰ সন্থা, অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে সাংবাদিকক সম্বোধন কৰি জলসম্পদ বিভাগক তীব্ৰ সমালোচনা কৰে।

তেওঁ কয় যে, ‘ৰাজ্য আৰু কেন্দ্ৰ দুয়োখন চৰকাৰেই সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বান আৰু গৰাখহনীয়া নিয়ন্ত্ৰণত। যাৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাজ্যৰ লাখ লাখ জনতাই। সমগ্ৰ ৰাজ্যৰ লগতে জলসম্পদ মন্ত্ৰীগৰাকীৰ গৃহ জিলা ও নিজা সমষ্টিতে বানত আক্ৰান্ত হৈছে হাজাৰ হাজাৰ লোক।’

আজি এই প্ৰতিবাদী কাৰ্যসূচীত মুছলিম ছাত্ৰ সন্থা, অসমৰ মৰিগাঁও জিলা সমিতিৰ উপ সভাপতি জহিৰুল ইছলাম, নগাঁও জিলা সমিতিৰ উপ সভাপতি ছফিকুল ইছলাম, স্থানীয় ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি মৰিগাঁও জিলা সমিতিয়েও অংশগ্ৰহণ কৰে।

Recent News

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd