• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিয়াৰ পিছত ২২ মাহে শাৰীৰিক সম্পৰ্ক কৰাত বাধা স্বামীক! : অৱসাদগ্ৰস্ত স্বামীয়ে কৰিলে আত্মহত্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 12, 2020 8:33 pm
murder

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক অভূতপূৰ্ব ঘটনা ঘটিছে গুজৰাটৰ আহমেদাবাদৰ শ্বাহেৰকোটাত।

বিয়াৰ পিছত ২২ মাহে পত্নীৰে শাৰীৰিক সম্পৰ্ক স্থাপনত ব্যৰ্থ এজন স্বামীয়ে মানসিকভাৱে ভাঙি পৰি আত্মহত্যাৰ পথ বাছি ল’লে।

Apply Now

ঘটনাৰ বিৱৰণিৰ মতে ৩২ বছৰীয়া ৰে’লৱেত কৰ্মৰত সুৰেন্দ্ৰসিন নামৰ ব্যক্তিজনৰ ২০১৬ চনত প্ৰথমা পত্নীৰে বিবাহ বিচ্ছেদ ঘটে।

কিন্তু সুৰেন্দ্ৰসিনে গীতা পাৰমাৰ নামৰ অন্য এগৰাকী বিবাহ বিচ্ছেদিত নাৰীৰ সৈতে ২০১৮ চনৰ অক্টোবৰ মাহত দ্বিতীয়বাৰ বিবাহপাশত আৱদ্ধ হয়।

যোৱা ২৭ জুলাইত আহমেদাবাদৰ চাচাপুৰৰ নিজা বাসগৃহৰ বেডৰুমৰ চিলিং ফেনত ওলমি থকা অৱস্থাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে সুৰেন্দ্ৰসিনৰ দেহ।

ইয়াৰ পিছতে মাতৃয়ে শ্বাহেৰকোটা আৰক্ষী থানাত সুৰেন্দ্ৰসিনৰ পত্নী গীতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

এজাহাৰত মাতৃয়ে পত্নী গীতাই সুৰেন্দ্ৰসিনক আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰা বুলি অভিযোগ কৰিছে।

সুৰেন্দ্ৰসিনৰ মাতৃয়ে কিছুদিন পূৰ্বে পুত্ৰৰ গৃহলৈ আহি জানিব পাৰিছিল যে পো-বোৱাৰী দুয়োৱে ৰাতি পৃথকে পৃথকে শুইছিল।

এই বিষয়ে মাতৃয়ে জানিব বিচৰাত সুৰেন্দ্ৰসিনে মাতৃক কৈছিল যে বিয়াৰ পিছৰ পৰাই তেওঁলোকে পৃথকে পৃথকে শুই আহিছে আৰু পত্নীয়ে তেওঁক শাৰীৰিক সম্পৰ্ক স্থাপনত বাধা দি আহিছে।

এই সকলোবোৰ কথা সুৰেন্দ্ৰসিনৰ মাতৃয়ে এজাহাৰত উল্লেখ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

পত্নী গীতাই শাৰীৰিক সম্পৰ্ক স্থাপনৰ পৰা বিৰত থকাত সুৰেন্দ্ৰসিন মানসিকভাৱে যথেষ্ট ভাঙি পৰে।

এইদৰে মানসিকভাৱে ভাঙি পৰাৰ ফলতে পুত্ৰ সুৰেন্দ্ৰসিনে আত্মহত্যাৰ পথ বাছি লোৱা এজাহাৰত মাতৃয়ে উল্লেখ কৰিছে।

সুৰেন্দ্ৰসিনৰ মাতৃৰ এজাহাৰ ভিত্তিত ইতিমধ্যে শ্বাহেৰকোটা আৰক্ষীয়ে পত্নী গীতা পাৰমাৰক গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

July 1, 2026 7:27 pm
তৃণমূল সাংসদ মহুৱা মৈত্ৰলৈ কণী আৰু বেঙেনা নিক্ষেপ : ফেচবুকত লাইভ কৰি ক্ষোভ প্ৰকাশ

তৃণমূল সাংসদ মহুৱা মৈত্ৰলৈ কণী আৰু বেঙেনা নিক্ষেপ : ফেচবুকত লাইভ কৰি ক্ষোভ প্ৰকাশ

July 1, 2026 6:40 pm
প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

July 1, 2026 5:55 pm
কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

July 1, 2026 7:27 pm
তৃণমূল সাংসদ মহুৱা মৈত্ৰলৈ কণী আৰু বেঙেনা নিক্ষেপ : ফেচবুকত লাইভ কৰি ক্ষোভ প্ৰকাশ

তৃণমূল সাংসদ মহুৱা মৈত্ৰলৈ কণী আৰু বেঙেনা নিক্ষেপ : ফেচবুকত লাইভ কৰি ক্ষোভ প্ৰকাশ

July 1, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd