• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি প্ৰধান মন্ত্ৰী মোদী: দেশবাসীয়ে আত্মনিৰ্ভৰ হোৱাৰ সংকল্প লৈছে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 15, 2020 8:39 am
WhatsApp Image 2020-08-15 at 8.32.08 AM
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছতে প্ৰধান মন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।

Apply Now

প্ৰধান মন্ত্ৰীয়ে কয় যে আজি আমি যিখন স্বাধীন ভাৰতত উশাহ লৈছো, ইয়াৰ আঁৰত ভাৰত মাতাৰ লক্ষ লক্ষ সন্তানৰ ত্যাগ, বলিদান আৰু ভাৰত মাতাক স্বাধীন কৰাৰ বাবে সমৰ্পন নিহিত আছে। আজি এনে সকলো স্বাধীনতাৰ সৈনিক, বীৰ শ্বহীদক শ্ৰদ্ধা জনোৱাৰ দিন।

তেওঁ কয় যে কৰ’নাৰ এই সংকটৰ সময়ত সেৱাই পৰম ধৰ্ম হিচাপে লৈ নিজৰ জীৱনক তুচ্চ কৰি আমাৰ ডাক্তৰ, নাৰ্ছ, পেৰামেডিকেল ষ্টাফ, এম্বুলেন্স কৰ্মী, ছাফাই কৰ্মী, স্বাস্থ্যকৰ্মী, আৰক্ষীকে ধৰি বহু লোকে ২৪ঘন্টাই সেৱা আগবঢ়াইছে। এনে সকলো কৰ’না যোদ্ধাকে অভিনন্দন জনাইছো।

প্ৰধান মন্ত্ৰীয়ে তেওঁৰ ভাষণত কাৰো নাম নোলোৱাকৈ চীনৰ প্ৰতিও বাৰ্তা দিয়ে। তেওঁ কয় যে সম্প্ৰসাৰণবাদৰ (বিস্তাৰবাদ) চিন্তাই বহুত বিস্তাৰৰ চেষ্টা চলাইছে।

তেওঁ কয়, বিস্তাৰবাদীৰ চিন্তাই কেবল কেইখনমান দেশক গোলাম বনাইয়ে এৰা নাই, তাতেই সকলো শেষ নহয়। ভীষণ যুদ্ধ আৰু ভয়ানক পৰিস্থিতিৰ মাজতো ভাৰতে স্বাধীনতাৰ যুঁজত কেতিয়াও দুৰ্বল ভাৱনা আহিব দিয়া নাই।

প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে কৰ’না মহামাৰীৰ মাজতে ১৩০ কোটি দেশবাসীয়ে আত্মনিৰ্ভৰ হোৱাৰ সংকল্প লৈছে।

তেওঁ কয় যে আজি দেশে বহুতো নতুন পদক্ষেপ গ্ৰহণ কৰিছে, সেইকাৰণেই আপোনালেকে দেখিছে স্পেছ ছেক্টৰ মুকলি কৰি দিয়া হৈছে, দেশৰ যুৱ সম্প্ৰদায়ে সুযোগ লাভ লৈছে। আমি কৃষি ক্ষেত্ৰক বান্ধোনৰ পৰা মুক্ত কৰিছো। আমি আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ প্ৰয়াস কৰিছো।

লালকিল্লাৰ পৰা প্ৰধান মন্ত্ৰীয়ে মোদীয়ে কয় যে আজি বিশ্বৰ বহু ডাঙৰ ডাঙৰ কোম্পানীয়ে ভাৰতৰ প্ৰতি আকৃষ্ট হৈছে। আমি মেক ইন ইণ্ডিয়াৰ লগে লগে মেক ফৰ ৱৰ্ল্ড মন্ত্ৰৰে আগবাঢ়ি যাব লাগিব।

তেওঁ কয়, বিগত বৰ্ষত ভাৰতত বিদেশী বিনিয়োগে এতিয়ালৈকে সকলো অভিলেখ ভংগ কৰিছে। ভাৰতত বিদেশী বিনিয়োগত ১৮ শতাংশ বৃদ্ধি পাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

October 18, 2026 11:30 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am
মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

October 18, 2026 9:55 am
দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

October 18, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

October 18, 2026 11:30 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd