• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টিকটকৰ পাছত এইবাৰ ট্ৰাম্পৰ লক্ষ্য চীনা কোম্পানী আলীবাবা!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2020 6:54 am
105912345-1557846366021gettyimages-1091456116
328
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা আৰু চীনৰ মাজত সংঘাত ক্ৰমে বৃদ্ধি পাই আহিছে। ইয়াৰ মাজতে বাণিজ্যিক দিশত আমেৰিকাই কিছু কঠোৰ সিদ্ধান্ত লোৱাৰ দিশত আগবাঢ়িছে।

চুটি ভিডিঅ’ এপ টিকটক আমেৰিকাত নিষিদ্ধ কৰাৰ পাছত এইবাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে চীনৰ আন এটা বৃহৎ কোম্পানী আলীবাবাৰ ওপৰত চকু ৰাখিছে।

ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে আলীবাবাক আমেৰিকাত নিষিদ্ধ কৰা হ’বনে নাই সেয়া চিন্তা-চৰ্চা কৰিছে।

সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰপতি ট্ৰাম্পে এই কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে আমেৰিকা আৰু চীনৰ মাজত চলি থকা সংঘাতৰ মাজতে আমেৰিকাই টিকটক চলোৱা কোম্পানী বাইটডান্সক ৯০দিনৰ ভিতৰত আমেৰিকাৰ পৰা ব্যৱসায় সামৰিবলৈ নিৰ্দেশ দিছে।

এতিয়া দ্বিতীয় লক্ষ্য হৈ পৰিছে আলীবাবা। আমেৰিকাৰ মতে তেওঁলোকে নিজৰ নাগৰিকৰ ব্যক্তিগত তথ্যক লৈ চিন্তিত যিটো চীনৰ কোম্পানীয়ে চলাই আছে।

চীনৰ ওপৰত আমেৰিকাৰ অভিযোগ যে  ই বিশাল তথ্যসমূহৰ অবৈধভাৱে ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰি আছে।

দীৰ্ঘদিন ধৰি এই বিষয়টোক লৈ দেশ দুখনৰ মাজত বিবাদ চলি আছে।

অহা নৱেম্বৰত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমেৰিকা-চীনৰ সম্পৰ্কৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছে আৰু ইয়াক লৈ দেশখনৰ ৰাজনৈতিক বতাহ গৰম হৈ পৰা দেখা গৈছে।

Recent News

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd