• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচনত বিজেপিক সহায় ফেচবুকৰ, যুটীয়া সংসদীয় সমিতিৰ তদন্ত দাবী ৰাহুল গান্ধীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2020 8:43 am
facebook
220
VIEWS
Share on FacebookShare on Twitter

ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয় মাধ্যম ফেচবুকে নিৰ্বাচনত বিজেপিক সহায় কৰাৰ অভিযোগ উত্থাপন কৰি বিষয়টো যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা তদন্ত কৰোৱাৰ দাবী জনালে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে।

শেহতীয়াকৈ আমেৰিকাৰ পৰা প্ৰকাশিত ৱালষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদনৰ আধাৰত ৰাহুল গান্ধীয়ে কয় যে সংবাদপত্ৰ খনত স্পষ্ট ভাবে কোৱা হৈছে যে নিৰ্বাচনৰ সময়ত বিজেপিক সহায় কৰাৰ লক্ষ্যৰেই ফেচবুক ইণ্ডিয়াই ফেচবুকৰ পৰা বিজেপি নেতাৰ ঘৃণা বিয়পাই দিব পৰা বক্তব্য আঁতৰাই পেলোৱা নাছিল।

আমেৰিকাৰ সংবাদ মাধ্যমে কৰা এনে অভিযোগ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাহুল গান্ধীয়ে কয় যে ভাৰতত ফেচবুক আৰু ৱাটছএপক বিজেপি তথা আৰএছএছে নিয়ন্ত্ৰণ কৰি আহিছে।

এয়া ভয়াৱহ কথা বুলি উল্লেখ কৰি সমগ্ৰ বিষয়টো যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা তদন্ত কৰোৱাৰ দাবী উত্থাপন কৰে ৰাহুলে।

তেওঁ লগতে কয় যে ফেচবুক ইণ্ডিয়াৰ দায়িত্বত থকা আঁখি দাস নামৰ মহিলা গৰাকীয়ে নিৰ্বাচনৰ সময়ত বিজেপি নেতাই কৰা ঘৃণা ভৰা মন্তব্য বোৰ ফেচবুকৰ পৰা আঁতৰাই পেলাবলৈ অস্বীকাৰ কৰিছিল।

BJP & RSS control Facebook & Whatsapp in India.

They spread fake news and hatred through it and use it to influence the electorate.

Finally, the American media has come out with the truth about Facebook. pic.twitter.com/Y29uCQjSRP

— Rahul Gandhi (@RahulGandhi) August 16, 2020

তেওঁ ফেচবুকৰ নীতি উলংঘা কৰি আৰএছএছ-বিজেপিৰ নিৰ্দেশতে তেনে কৰা বুলি ৰাহুলে অভিযোগ কৰে।

ইপিনে ৰাহুল গান্ধীৰ অভিযোগৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কৈছে যে ৰাহুল গান্ধীয়ে নিজৰ দলটোকে নিয়ন্ত্ৰণ কৰিব পৰা নাই,তেওঁ সেয়ে ফেচবুক কোনে নিয়ন্ত্ৰণ কৰিছে সেয়া কোৱাৰ অধিকাৰ নাই।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd