• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তামিলনাডুত জিলিকিছে কমলা হেৰিছৰ পোষ্টাৰ; শিপাৰ সন্ধানে আমনি কৰিছে কমলাক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2020 10:21 am
kamala
418
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় মূলৰ ডেম’ক্ৰেটিক দলৰ মাৰ্কিন উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছক লৈ এতিয়া আশাবাদী তামিলনাডুবাসী।

কাৰণ কমলা হেৰিছৰ মূল শিপাৰ সংযোগ আছে তামিলনাডুৰ সৈতে। কমলা হেৰিছৰ মাতৃ শ্যামলা গোপালনৰ জন্ম হৈছিল চেন্নাইত।

১৯৩৮ চনৰ ৭ এপ্ৰিলত চেন্নাইত জন্মগ্ৰহণ কৰা শ্যামলা গোপালনে ১৯৫৮ চনত বাৰ্কলেৰ কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ত অধ্যয়নৰ সুযোগ লাভ কৰিছিল।

তিয়া তেওঁৰ বয়স মাত্ৰ ১৯ বছৰ।

বিশ্ববিদ্যালয়ত অধ্যয়ন সমাপ্ত কৰাৰ পিছতে তেওঁ আমেৰিকাতে গৱেষণা আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত কৰ্কট ৰোগৰ বিষয়ত তেওঁ ভালেমান উল্লেখনীয় গৱেষণা সফলতাৰে সম্পন্ন কৰিছিল।

জামাইকাৰ অৰ্থনীতিৰ ছাত্ৰ ডনাল্ড জে হেৰিছক লগ পোৱাৰ পিছত ১৯৬৩ চনত শ্যামলাৰ সৈতে হেৰিছৰ বিবাহ হৈছিল।

কমলাৰ মাতৃ শ্যামলাই মাৰ্কিন নাগৰিকত্ব গ্ৰহণ কৰিছিল যদিও ভাৰতৰ সৈতে তেওঁ বজাই ৰাখিছিল নিয়মীয়া সম্পৰ্ক।

সেইবাবেই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ পদত প্ৰাৰ্থিত্ব আগবঢ়োৱা কমলাক এতিয়া তামিলনাডুৰ জনতাই শুভেচ্ছা আৰু আশীৰ্বাদেৰে ওপচাই দিছে।

তামিলনাডুৰ বিভিন্ন স্থান তামিল ভাষাতে লিখা পোষ্টাৰেৰে ভৰি পৰিছে।

পোষ্টাৰত লিখা হৈছে ‘পিভি গোপালনৰ নাতিনীয়েক বিজয়ী হ’ব’।

তামিলমাডুবাসীৰ এনে মৰমত এতিয়া আপ্লুত মাৰ্কিন উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছ।

মাতৃৰ জন্মভূমিলৈ অহাৰ দুৰ্বাৰ বাসনা জাগিছে তেওঁৰ মনত।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd