• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‍‘গুজৰাট সাহিত্য একাডেমি’ বঁটাৰে সন্মানিত হ’ল লেখিকা মৌচুমী কলিতা চছদেৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 18, 2020 3:30 pm
385
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনা গুজৰাট সাহিত্য একাডেমি বঁটাৰে সন্মানিত হৈছে দিল্লীত বসবাস কৰা অসমৰ লেখিকা মৌচুমী কলিতা চছদেৱাই।

বছৰ বছৰ ধৰি বিশ্ব সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবেই মৌচুমী কলিতাক এই বঁটা প্ৰদান কৰা হৈছে।

গুজৰাট সাহিত্য একাডেমিয়ে গ্ল’বেল লিটাৰেছাৰ ফৰাম মতিভেশ্যনেল ষ্ট্ৰিপছৰ সহযোগত এই বঁটাটি প্ৰদান কৰিছে।

‘এনেধৰণৰ স্বীকৃতি প্ৰাপ্ত আৰু প্ৰামাণিক পুৰস্কাৰ লেখৰ বাবে আশীৰ্বাদস্বৰূপ’, নৰ্থ-ইষ্ট নাওৰ সৈতে কথা বতৰাত এইদৰে কয় লেখিকা মৌচুমী কলিতাই।

তেওঁ লগতে কয়, ‍‘ইমান সোনকালে এইধৰণৰ সন্মান লাভ কৰিম বুলি মই কেতিয়াও ভবা নাছিলো, মই সুখী যে মোৰ প্ৰচেষ্টাই সাৰ্থক ৰূপ পাইছে’।

উল্লেখ্য মৌচুমী কলিতাক বঁটা প্ৰদান কৰে পদ্মশ্ৰী ড০ বিষ্ণু পাণ্ডিয়া আৰু মতিভেশ্যনেল ষ্ট্ৰিপছৰ প্ৰতিষ্ঠাপক চিজু এইচ পল্লিথআজহেথ।

উল্লেখ্য যে মৌচুমীয়ে ভাৰতৰ বিভিন্ন প্ৰান্তৰ প্ৰতিষ্ঠানত প্ৰশিক্ষণ আৰু শিক্ষকতা প্ৰদান কৰিছে। তেওঁ বাতৰিকাত, মেগাজিন আদিৰ জৰিয়তে নিজকে লেখিকাৰ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কেইবাখনো কিতাপ তথা সংকলণৰ সম্পাদনা কৰিছে।

মৌচুমী কলিতাৰ কেইখনমান উল্লেখণীয় গ্ৰন্থ হ’ল, লকডাউন ষ্টৰিছ (দুটা পাৰ্ট), দ্যা প্ৰাইড অফ বিং ডিফাৰেণ্ট, লাভ ৰিমেইনছ আ:ডিফাইনড, মেকিং ইমপ’ছিবল প’ছিবল আদি।

Recent News

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd