• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত বন বিভাগে অভিযান চলাই জব্দ কৰিলে চোৰাং কাঠ ভৰ্তি এখন ট্ৰাক : চালকে কৰিলে পলায়ন

উত্তম শইকীয়া by উত্তম শইকীয়া
August 18, 2020 5:47 pm
IMG-20200818-WA0063
438
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথত নিশাৰ ভাগত সৰবৰাহ হয় বহু নিষিদ্ধ সামগ্ৰী৷

উজনি নামনি সংযোগী এই পথাছোৱাতে নুমলীগড়ত ৩৯ ৰাষ্ট্ৰীয় পথো সংযুক্ত হৈ আছে৷ ৩৯ নং ৰাষ্ট্ৰীয় পথটো নাগালেণ্ডৰ আৰু মণিপুৰহৈ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ম’ৰেলৈকে সংযুক্ত৷যাৰ বাবে নিশা বহু নিষিদ্ধ সামগ্ৰী সৰবৰাহ হয় বোকাখাত মহকুমাৰ এই দুই পথেৰে৷

যোৱা ১৪ আগষ্টত বোকাখাত আৰক্ষীয়ে চোৰাং কাঠসহ এখন ট্ৰাক তিনিজন ব্যক্তিৰে সৈতে আটক কৰাৰ পিচত আজি পুৱা পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাত বনাঞ্চলৰ বনকৰ্মীয়ে চোৰাং কাঠৰ সৈতে আৰু এখন ৭০৯ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷

প্ৰাপ্য তথ্যমতে কাজিৰঙাৰ পাণবাৰী এনিমেল কৰিড’ৰত কৰ্তব্যৰত বনকৰ্মীয় ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে পশ্চিমৰ পৰা পূৱ দিশে আহি থকা এ এছ ০৩/এ চি/২২৯৮ নম্বৰৰ ট্ৰাকখনক ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও চালকে নিৰ্দেশ অমান্য কৰি তীব্ৰ গতিৰে পূৱ দিশলৈ পলাবলৈ চেষ্টা কৰে৷

পলায়ন কৰিব খোজা ট্ৰাকখনক অনুসৰণ কৰি যোৱা বনকৰ্মীৰ দলে বোকাখাতৰ লতাবাৰীত কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও কাঠভৰ্তি ট্ৰাকখন এৰি চালকে পলায়ন কৰে৷

পিছত জব্দ কৰা ট্ৰাকখন বোকাখাতত থকা ডি এফ অ’ৰ কাৰ্যালয়লৈ আনি পৰীক্ষা কৰাত বিভিন্ন শ্ৰেণী কাঠ উদ্ধাৰ হয়৷

জব্দ কৰা কাঠখিনি যোৰহাটৰ জনৈক প্ৰশান্ত দাসৰ বুলি জানিব পৰা গৈছে৷ এই প্ৰশান্ত দাস কাঠ চোৰাং ব্যৱসায়ৰ সৈতে পূৰ্বৰে পৰা জড়িত৷

এইজন চোৰাং কাঠ ব্যৱসায়ীৰ আন এখন কাঠ ভৰ্তি ট্ৰাক যোৱা বছৰ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলে কৰায়ত্ব কৰিছিল৷

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd