• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধান মন্ত্ৰী মোদীয়ে ধোনীক টি-২০ বিশ্বকাপ খেলাৰ বাবে অনুৰোধ কৰিব পাৰে : ছোৱেইব আখতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 18, 2020 8:25 pm
358
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহেন্দ্ৰ সিং ধোনীক ২০২১ টি-২০ বিশ্বকাপ খেলাৰ বাবে অনুৰোধ কৰিব পাৰে বুলি মন্তব্য কৰিছে পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখতাৰে ।

”এইটো সম্ভৱ। ১৯৮৭ চনৰ পাছত জেনেৰেল জিয়া-উল-হকে ইমৰাণ খানক ক্ৰিকেট নেৰিবৰ বাবে আহ্বান জনাইছিল আৰু ইমৰাণ খানে খেলিছিল। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ধোনীয়ে নালাগে বুলি ক’ব নোৱাৰে,” ছোবেইব আখতাৰে এইদৰে কয়।

ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বকাপ বিজয়ী অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ১৫ আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনায়।

মহেন্দ্ৰ সিং ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনোৱাৰ পাছতে পাকিস্তান ক্ৰিকেট দলৰ আন এগৰাকী প্ৰাক্তন অধিনায়ক ইনজামাম-উল হকেও মত প্ৰকাশ কৰিছিল।

মহেন্দ্ৰ সিং ধোনীয়ে অনলাইন যোগে নহয় ক্ৰিকেটৰ পথাৰতহে অৱসৰ গ্ৰহণ কৰিব লাগে বুলি ইনজামামে উল্লেখ কৰি ধোনীক এগৰাকী মহান অধিনায়ক বুলি অভিহিত কৰিছিল।

Recent News

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd