• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এতিয়াৰে পৰা চৰকাৰী আৰু বেংকৰ চাকৰি লাভ কৰিবলৈ সহজ হ’ব চাকৰি প্ৰত্যাশীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 19, 2020 7:40 pm
index.jpgk
582
VIEWS
Share on FacebookShare on Twitter

এতিয়াৰে চৰকাৰী আৰু বেংকৰ চাকৰি লাভ কৰিবলৈ সহজ হ’ব চাকৰি প্ৰত্যাশীৰ।

কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(National Recruitment Agency) গঠন কৰি  চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া বিস্তৰৰূপত শিথিল কৰিছে।

বুধবাৰে ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(NRA)ৰ এই প্ৰস্তাৱক অনুমোদন কৰিছে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে।

এই সংস্থাই এতিয়াৰ পৰা চৰকাৰী আৰু ৰাষ্ট্ৰায়াত্ত বেংকৰ চাকৰিত উমৈহতীয়া যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা অনুষ্ঠিত কৰি প্ৰাৰ্থীৰ বাচনি কৰিব।

ইয়াৰ ফলত চাকৰি প্ৰাৰ্থীয়ে পূৰ্ব বিভিন্ন পৰ্যায়ৰ পৰীক্ষা দিয়াৰ পৰা ৰেহাই পাব আৰু নিযুক্তি সম্পৰ্কীয় জতিলতাসমূহো দূৰ হ’ব বুলি ধাৰণা কৰা হৈছে।

NRAক কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পিছতে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে NRAৰ অনুমোদনক এক ঐতিসাহিক সিদ্ধান্ত বুলি অভিহিত কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে ইয়াৰ ফলত দেশৰ যুৱ প্ৰজন্মই অতি সহজে চৰকাৰী চাকৰিৰ লাভ কৰিবলৈ সক্ষম হ’ব।

চৰকাৰী চাকৰিৰ পূৰ্বৰ বাচনি প্ৰক্ৰিয়াৰ জতিলতাসমূহ আঁতৰাই এই NRAএ নিযুক্তিৰ প্ৰক্ৰিয়াটোক সহজ কৰি তুলিবও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে।

“চৰকাৰী চাকৰিৰ বাবে প্ৰাৰ্থীসকলে কেবাটাও পৰ্যায়ৰ পৰীক্ষা দিয়াৰ লগতে একেটা পদৰ বাবে মাচুলো বাৰেপতি দি থাকিব লাগে। NRAএ এই সকলোবোৰ আঁতৰাই চৰকাৰৰ বিভিন্ন চাকৰিৰ বাবে এটা উমৈহতীয়া পৰীক্ষাহে অনুষ্ঠিত কৰিব।” কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কয়।

ইফালে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে NRAক ‘বৈপ্লৱিক সংস্কাৰ’ বুলি অভিহিত কৰিছে।

Recent News

বাথৰুমত মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে কোষ্ঠকাঠিন্য! চিকিৎসকৰ সতৰ্কবাণী

বাথৰুমত মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে কোষ্ঠকাঠিন্য! চিকিৎসকৰ সতৰ্কবাণী

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd