• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাছিয়াৰ পুনৰ চমক; পাৰ্শ্বক্ৰিয়াহীন কৰ’নাৰ দ্বিতীয়টো ভেকচিন প্ৰস্তুত!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 23, 2020 11:21 am
WhatsApp Image 20

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াই পুনৰ এটা কৰ’নাৰ নতুন ভেকচিন প্ৰস্তুত কৰি উলিউৱা বুলি দাবী কৰিছে।

ইয়াৰ পূৰ্বে যোৱা ১১ আগষ্টত দেশখনে কৰ’নাৰ প্ৰথমটো সফল ভেকচিন প্ৰস্তুত কৰি উলিওৱাৰ কথা ঘোষণা কৰিছিল।

কৰ’নাৰ ভেকচিন উলিওৱা বিশ্বৰ প্ৰথমখন দেশ হিচাপে ৰাছিয়াই ইতিমধ্যে নিজৰ নাম লিপিবদ্ধ কৰিছে।

দেশখনে প্ৰথম কৰ’না ভেকচিনৰ প্ৰয়োগ কৰাৰো অনুমতি দিছিল।

এতিয়া ৰাছিয়াই কৰ’নাৰ আন এটা ভেকচিন প্ৰস্তুত কৰি উলিওৱাৰ দাবী কৰিছে।

ডডেইলী মেইলৰ বাতৰি অনুসৰি, ৰাছিয়াই সদৰী কৰিছে যে প্ৰথমটো ভেকচিনত পোৱা পাৰ্শ্বক্ৰিয়া এই নতুন ভেকচিনটোত নাই।

ৰাছিয়াই উলিওৱা প্ৰথমটো ভেকচিনৰ নাম ৰাখিছিল স্পুটনিক-৫ আৰু নতুন ভেকচিনটোৰ নাম ৰাখিছে EpiVacCorona।

ৰাছিয়াই এই নতুন EpiVacCorona ভেকচিনটো ছাইবেৰিয়াৰ বিশ্বমানৰ ভাইৰ’লজী প্ৰতিষ্ঠান ভেক্টৰ ষ্টেট ৰিচাৰ্ছ চেন্টাৰ অফ ভাইৰ’লজি এম্ড বায়’টেকনলজিচ প্ৰস্তুত কৰি উলিয়াইছে।

ৰুচ বিজ্ঞানীসকলে EpiVacCorona ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল অহা ছেপ্টেম্বৰত সম্পূৰ্ণ হ’ব বুলি দাবী কৰিছে।

তদুপৰি, যি ৫৭জন স্বেচ্ছাসেৱকৰ শৰীৰত ভেকচিনটো প্ৰয়োগ কৰা হৈছে তাত কোনো পাৰ্শ্বক্ৰিয়া দেখা দিয়া নাই। তেওঁলোক সকলোৱে সুস্থ আছে বুলি কোৱা হৈছে।

আনহাতে, EpiVacCorona ভেকচিনৰো দুপালি প্ৰয়োগ কৰা হ’ব। প্ৰথম পালি দিয়াৰ ১৪ৰপৰা ২১দিনৰ পাছত দ্বিতীয় পালি প্ৰয়োগ কৰা হ’ব।

অহা অক্টোবৰলৈকে এই নতুন ভেকচিনটোৰ ৰেজিষ্ট্ৰেশ্যন কৰা হ’ব বুলি সদৰী কৰি ৰাছিয়াই নৱেম্বৰত ইয়াৰ উৎপাদন আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ পৰা বিতাড়নৰ কৰা হ’ল ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰী : সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে

অসমৰ পৰা বিতাড়নৰ কৰা হ’ল ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰী : সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে

September 8, 2025 7:30 pm
নেপাল: ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদত ১৪ জন নিহত, ৫০তকৈ অধিক আহত

নেপাল: ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদত ১৪ জন নিহত, ৫০তকৈ অধিক আহত

September 8, 2025 7:25 pm
ইউএপিএ গোচৰ! টিপিচি কেডাৰৰ জামিন আৱেদনত জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

ইউএপিএ গোচৰ! টিপিচি কেডাৰৰ জামিন আৱেদনত জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 6:49 pm
জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই উগ্ৰপন্থী : আহত দুজন সেনা-জোৱান

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই উগ্ৰপন্থী : আহত দুজন সেনা-জোৱান

September 8, 2025 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ পৰা বিতাড়নৰ কৰা হ’ল ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰী : সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে

অসমৰ পৰা বিতাড়নৰ কৰা হ’ল ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰী : সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে

September 8, 2025 7:30 pm
নেপাল: ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদত ১৪ জন নিহত, ৫০তকৈ অধিক আহত

নেপাল: ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদত ১৪ জন নিহত, ৫০তকৈ অধিক আহত

September 8, 2025 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd