• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰৱঞ্চক নীৰৱ মোদীৰ পত্নীৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ নোটিছ জাৰি ইন্টাৰপ’লৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 25, 2020 3:39 pm
ami1_1518782668
6.5k
VIEWS
Share on FacebookShare on Twitter

প্ৰৱঞ্চক তথা বেংক জালিয়াতিৰ খলনায়ক নীৰৱ মোদীৰ পত্নীৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ নোটিছ জাৰি কৰিছে ইন্টাৰপ’লে। ধন আত্মসাৎ আৰু ঋণ অপৰিশোধৰ অভিযোগত এই পদক্ষেপ গ্ৰহণ কৰিছে আন্তৰাষ্ট্ৰীয় সংস্থাটোৱে।

স্বামী নীৰৱ মোদীৰ সৈতে পঞ্জাৱ নেশ্যনেল বেংকৰ আৰ্থিক দুৰ্নীতি তথা ধন আত্মসাৎ কৰাত মোদীৰ পত্নীও জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে।

ৰেড কৰ্ণাৰ জাননী জাৰি হোৱাৰ লগে লগে বিশ্বৰ যিকোনো দেশতে ভাৰতীয় গুপ্তচৰ সংস্থাবোৰে নীৰৱ মোদীৰ পত্নী এমি মোদীৰ সন্ধানত অভিযান চলোৱাৰ লগতে গ্ৰেপ্তাৰো কৰিব পাৰিব।

উল্লেখ্য যে পঞ্চাৱ নেচশ্যনেল বেংকৰ জালিয়াতিত অভিযুক্ত নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীৰ বিৰুদ্ধেও যোৱা বছৰ ইন্টাৰপলে ৰেড কৰ্ণাৰ জাননী জাৰি কৰিছিল।

ইমানেই নহয়, বেলজিয়ামৰ নাগৰিক ৪০ বৰ্ষীয় নেহাল মোদীৰ বিৰুদ্ধে গ্ল’বেল এৰেষ্ট ৱাৰেন্ট জাৰি কৰা হৈছিল।

ভাৰতীয় তদন্তকাৰী সংস্থা ইডি-এ নেহালৰ বিৰুদ্ধে ১৪ হাজাৰ কোটি টকাৰ পি এন বি বেংকৰ আৰ্থিক দুৰ্নীতিৰ প্ৰমাণ লাভ কৰিছে আৰু ইতিমধ্যে তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিটো দাখিল কৰিছে।

ইফালে পি এন বিৰ জালিয়াতিৰ নায়ক নীৰৱ মোদীক ২০১৯ বৰ্ষত ব্ৰিটেইনত গ্ৰেপ্তাৰ হয় আৰু তেওঁ বৰ্তমান লণ্ডনৰ জেইলত কাৰাৰুদ্ধ হৈ আছে।

ব্ৰিটেইনৰ আদালতৰ নিৰ্দেশ অনুসৰি অহা ২৭ আগষ্টলৈকে লণ্ডনৰ জেইলতে কাৰাৰুদ্ধ হৈ থাকিব নীৰৱ মোদী।

ব্ৰিটেইনৰ ৱেষ্টমিনিষ্টাৰ আদালতত নীৰৱ মোদীৰ ভাৰতলৈ প্ৰত্যাপৰ্ণ সংক্ৰান্তীয় গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে।

Recent News

ভাৰতৰ সৈতে সিন্ধু জল চুক্তিৰ আলোচনা পুনৰ আৰম্ভ কৰিব বিচাৰে পাকিস্তানেঃ লিখিছে পত্ৰ

ভাৰতৰ সৈতে সিন্ধু জল চুক্তিৰ আলোচনা পুনৰ আৰম্ভ কৰিব বিচাৰে পাকিস্তানেঃ লিখিছে পত্ৰ

উচ্চতম ন্যায়ালয়ত ১৪টা প্ৰশ্ন ৰাষ্ট্ৰপতিৰ! শপত গ্ৰহণৰ পিছতে কঠিন পৰীক্ষাৰ সন্মুখীন মুখ্য ন্যায়াধীশ বি আৰ গাভাই

উচ্চতম ন্যায়ালয়ত ১৪টা প্ৰশ্ন ৰাষ্ট্ৰপতিৰ! শপত গ্ৰহণৰ পিছতে কঠিন পৰীক্ষাৰ সন্মুখীন মুখ্য ন্যায়াধীশ বি আৰ গাভাই

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd