• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মই মাহ ধৰি কৈ অহা কথা আজি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ক’লে : ৰাহুল গান্ধী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2020 12:32 pm
Rahul Promise
43.9k
VIEWS
Share on FacebookShare on Twitter

ৰিজাৰ্ভ বেংকৰ এটা মন্তব্যক কেন্দ্ৰ কৰি বিজপিৰ বিৰুদ্ধে পুনৰ এবাৰ সৰৱ হৈ পৰিছে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধী।

ৰাহুলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে কয় যে মাহৰ পিছত মাহ ধৰি মই যি কথা কৈ আহিছিলো সেই একেই কথা এতিয়া আৰ বি আইয়ে ক’ব ধৰিছে।

ইয়াৰ উপৰি ভাৰতৰ অৰ্থনীতি সুস্থিৰ তথা ঠিক কৰিবলৈও বিজেপি চৰকাৰক পৰামৰ্শ প্ৰদান কৰে ৰাহুলে।

ৰাহুলে টুইটাৰত এটা বাতৰি শ্বেয়াৰ কৰিছে, য’ত ৰিজাৰ্ভ বেংকৰ এটা মন্তব্য আছে। মন্তব্যটো কৈছে যে বৰ্তমান সামগ্ৰীৰ ব্যৱহাৰত ব্যাপক প্ৰভাৱ পৰিছে, সেয়ে অৰ্থনীতি পুনৰুদ্ধাৰত কিছু সময় লাগিব।

অৰ্থনীতিৰ গতি ৰুদ্ধ হোৱাৰ বাবে দেশৰ দুখীয়া লোকসকল সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা বুলি আৰ বি আইয়ে লগতে প্ৰকাশ কৰে।

এই বাতৰিটো শ্বেয়াৰ কৰি ৰাহুলে কয়, ‍‘যিটো কথা মই মাহ ধৰি কৈ আহিছিলো সেই কথা আজি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই সত্য প্ৰমাণিত কৰিলে’।

ইয়াৰ উপৰি ৰাহুলে চৰকাৰক পৰামৰ্শ প্ৰদান কৰি কয় যে চৰকাৰে লোন দিয়াৰ পৰিৱৰ্তে খৰচ বৃদ্ধি কৰাৰহে প্ৰয়োজন।

চৰকাৰে উদ্যোগপতি সকলৰ কৰ কম কৰাৰ বিপৰীতে দুখীয়া সকলক টকা প্ৰদান কৰিব লাগে বুলিও পৰামৰ্শ প্ৰদান কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰাহুল গান্ধীয়ে নিবনুৱা সমস্যা সন্দৰ্ভত মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰা দেখা গৈছিল।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd