• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্জাৱত ২ মন্ত্ৰীসহ ২৬ গৰাকী বিধায়ক ক’ৰ’ণাত আক্ৰান্ত : আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা !

ৰাজখনত কংগ্ৰেছৰ ২৩, আপৰ ২ আৰু শিৰোমণি আকালি দলৰ ১ গৰাকী বিধায়ক আক্ৰান্ত মহামাৰী ক'ৰ'ণাত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2020 6:51 am
Covid19-positive-cases-1-1024x512
268
VIEWS
Share on FacebookShare on Twitter

পঞ্জাৱত একেলগে ২৩ গৰাকী কংগ্ৰেছী আৰু অন্য দলৰ তিনি গৰাকী বিধায়কৰ শৰীৰত ধৰা পৰিছে মহামাৰী ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

বুধবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অমৰেন্দ্ৰ সিঙে এই কথা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, অহা ২৮ আগষ্টৰ পৰা পঞ্জাৱ বিধান সভাৰ অধিবেশন আৰম্ভ হোৱাৰ কথা।

বিধান সভা অধিবেশনৰ পূৰ্বে ৰাজ্যখনৰ ২৩ জন কংগ্ৰেছী বিধায়কসহ ২৬ জনকৈ বিধয়ক ক’ৰ’ণাত আক্ৰান্ত হোৱাত দুঃচিন্তা বঢ়াইছে ৰাজ্য চৰকাৰৰ।

ইফালে চিন্তাম্বিত মুখ্যমন্ত্ৰী অমৰেন্দ্ৰ সিঙে কয়ে যে যি সময়ত মন্ত্ৰী-বিধায়কসকলেই ক’ৰ’ণাৰ পৰা সুৰক্ষিত নহয় তেনে সময়ত জেইই আৰু নীট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাটো দুৰ্ভাগ্যজনক।

“যদি মন্ত্ৰী আৰু বিধায়কৰেই এই অৱস্থা হয়, এই কথা স্পষ্ট যে দেশৰ পৰিস্থিতি অতি গুৰুতৰ।” মুখ্যমন্ত্ৰী অমৰেন্দ্ৰ সিঙে কয়।

ইয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্টভাৱে কয় যে, বিধান সভাত হাজিৰ হোৱাৰ আগতে প্ৰতিজন বিধায়কে ক’ৰ’ণাৰ নিগেটিভ ৰিপ’ৰ্ট লৈ আহিব লাগিব।

ইফালে ৰাজ্যখনৰ ৰাজহ মন্ত্ৰী গুৰপ্ৰীত কৌৰ আৰু উদ্যোগমন্ত্ৰী শ্যামসুন্দৰ আৰোৱাও ক’ৰ’ণাত আক্ৰান্ত হৈছে।

যোৱা মঙ্গলবাৰে আম আদমি পাৰ্টিৰ দুজন আৰু শিৰোমণি আকালি দলৰ এজন বিধায়কৰ শৰীৰতো কোভিড১৯ পজিটিভ পোৱা গৈছিল।

পঞ্জাৱ বিধান সভাৰ অধ্যক্ষ ৰাণা কে পি সিঙে জনাইছে যে বিধান সভা অধিবেশনৰ পূৰ্বে ৰাজ্যখনৰ সকলো বিধায়কৰে স্বাৱ টেষ্ট কৰোৱা হৈছিল।

তেওঁৰ মতে বৃহস্পতিবাৰে দিনৰ ভাগতহে মুঠ কিমানজন বিধায়ক ক’ৰ’ণাত আক্ৰান্ত হৈছে সেয়া স্পষ্ট হ’ব।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd