• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাধীনতাৰ ৭৪ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে বিদ্যুতৰ আলোকেৰে আলোকিত কাশ্মীৰৰ মাছিল

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2020 3:35 pm
shopian-
375
VIEWS
Share on FacebookShare on Twitter

পাক-ভাৰত সীমান্তৰ মাছিল ছেক্টৰৰ নামে প্ৰায়ে দেশৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে।

কাশ্মীৰৰ বিতোপন প্ৰকৃতিৰ মাজত গঢ় লৈ উঠা মাছিল ছেক্টৰত প্ৰায়ে পাক সেনাই যুদ্ধ বিৰতি উলংঘা কৰি গুলিবৰ্ষণ কৰি আহিছে।

সীমান্তত দেশৰ প্ৰহৰীৰ দৰে থকা মাছিল ছেক্টৰৰ লোক সকলৰ বাবে বিদ্যুতৰ পোহৰ এক অলীক কল্পনা আছিল।

স্বাধীনতাৰ ৭৪ বছৰ পিছতো মাছিল ছেক্টৰত হোৱা নাছিল বিদ্যুত সংযোগ।

কিন্তু দশকৰ পিছত দশক ধৰি বিদ্যুতৰ পোহৰৰ পৰা বঞ্চিত মাছিল ছেক্টৰৰ বাসিন্দা সকলে যেন অৱশেষত পোহৰৰ মুখ দেখিলে।

চৰকাৰৰ কৃপাত সীমান্তৰ অতি দুৰ্গম মাছিল ছেক্টৰতো বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰিলে প্ৰশাসনে।

কাশ্মীৰৰ বিদ্যুৎ বিভাগৰ শীৰ্ষ পদাধিকাৰ ৰোহিত কাঞ্চালে প্ৰকাশ কৰা অনুসৰি মাছিল ছেক্টৰৰ ৯ খন গাঁৱত এতিয়া বিদ্যুৎ সংযোগ দিয়া হৈছে যদিও বাকী গাঁও বোৰতো শীঘ্ৰে বিদ্যুতৰ যোগান ধৰা হ’ব।

কুপৱাৰা জিলাৰ অন্তৰ্গত মাছিল ছেক্টৰৰ প্ৰায় ২৫ হাজাৰ বাসিন্দাই  ইমান দিনে চাকিৰ পোহৰ অথবা জেনেৰেটৰৰ সহায়তে পোহৰৰ ব্যৱস্থা কৰি আহিছিল।

স্বাধীনতা দিৱসৰ দিনাই কাশ্মীৰৰ কুপৱাৰা জিলাৰ কেৰাণ ছেক্টৰতো বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰা হৈছিল।

Recent News

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd