• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী উদমাৰি অঞ্চলত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ 

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
August 29, 2020 8:21 am
451
VIEWS
Share on FacebookShare on Twitter

প্ৰায় এটা মাহৰ ভিতৰতে নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলত উদ্ধাৰ হ’ল দ্বিতীয়টো দুষ্প্ৰাপ্য লাজুকী বান্দৰ।

চামগুৰিৰ উদমাৰিত কালি বিয়লি পথৰ ওপৰত বিচৰণ কৰি থকাৰ অৱস্থাত দুষ্প্ৰাপ্য বান্দৰটো এজন গাড়ী চালকে প্ৰত্যক্ষ কৰাৰ পিছত ঠাইখনত বান্দৰটো চাবলৈ ভিৰ কৰে একাধিক উৎকণ্ঠিত লোকে।

পাছত দুষ্প্ৰাপ্য লাজুকী বান্দৰটোক একাংশ কাণ্ডজ্ঞানহীন লোকে আক্ৰমণ কৰিবলৈ উদ্যত হোৱা বুলি খবৰ লাভ কৰে নগাঁৱৰ চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰায়ে।

ততাতৈয়াকৈ দুলু বৰা ঘটনাস্থলীত উপস্থিত হৈ গাড়ী চালক গৰাকীৰ সহযোগত বন্যপ্ৰাণীটো উদ্ধাৰ কৰি উদণ্ড লোক কেইজনৰ পৰা আতৰাই আনিবলৈ সক্ষম হয়।

দুলু বৰাই কম বয়সৰ যেন অনুমান কৰা দুষ্প্ৰাপ্য লাজুকী বান্দৰটোক আহাৰ যোগান ধৰাৰ পাছত চাপানালা খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া আৰু কেইবাজনো বনকৰ্মীৰ সহযোগত লাজুকী বান্দৰটো অতি সযতনে আনি চাপানালাৰ নিকটৱৰ্ত্তী চোৰাং সংৰক্ষিত বনাঞ্চলৰ হাবিত সুকলমে মুকলি কৰি দিয়া দেখা যায়।

উল্লেখযোগ্য যে, একেটা মাহতে দুটাকৈ দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ কৰাকে ধৰি চলিত বছৰটোতে সৰ্বমুঠ চাৰিটাকৈ লাজুকী বান্দৰ আজি পৰ্য্যন্ত উদ্ধাৰ কৰি চোৰাং সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিবলৈ সক্ষম হৈছে প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰায়ে।

Recent News

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd