• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ মহিলাক মাত্ৰ ১ টকাতে ছেনিটাৰি পেড দিব মোদী চৰকাৰে!: কেন্দ্ৰই গ্ৰহণ কৰিছে এক প্ৰকল্প

এন ই নাও নিউজ by এন ই নাও নিউজ
August 29, 2020 2:31 pm
1597297798-246
517
VIEWS
Share on FacebookShare on Twitter

দেশৰ মহিলাসকলক মাত্ৰ ১ টকাতে চেনিটাৰি নেপকিন (Sanitary Napkin) যোগাদ ধৰিব কেন্দ্ৰীয় চৰকাৰে।

উল্লেখ্য যে, যোৱা ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সম্পৰ্কীয় ঘোষণা কৰিছিল।

কেন্দ্ৰীয় চৰকাৰৰ এক সূত্ৰৰ খবৰ মতে দেশৰ মহিলাসকলক স্বল্পমূল্যত ছেনিটাৰী নেপকিন যোগান ধৰাৰ বাবে মোদী চৰকাৰে ১২ হাজাৰ কোটি টকীয়া এক প্ৰকল্প গ্ৰহণ কৰিছে।

কেন্দ্ৰ চৰকাৰে জন ঔষধি কেন্দ্ৰ যোগেদি ২০১৮ চনৰ পৰা মহিলাসকলক মাত্ৰ আঢ়ৈ টকাতে ‘সুবিধা’ ব্ৰেণ্ডৰ ছেনিটাৰী পেড যোগান ধৰি আহিছিল।

এই ছেনিটাৰী পেডৰ মূল্য হ্ৰাস কৰি যোৱা মাৰ্চ মাহত ১ টকা কৰিছিল কেন্দ্ৰ চৰকাৰে।

এতিয়া দেশৰ অধিকসংখ্যক মহিলাক এই ছেনিটাৰী পেড যোগান ধৰিবলৈ কেন্দ্ৰই এই প্ৰকল্প গ্ৰহণ কৰিছে বুলি কেন্দ্ৰ চৰকাৰৰ সূত্ৰটোৱে জানিবলৈ দিছে।

ইতিমধ্যে, প্ৰকল্পটো কাৰ্যক্ষম কৰিবলৈ চৰকাৰী পৰ্যায়ত আলোচনা আৰম্ভ হোৱা বুলিও জানিব পৰা গৈছে।

জানিব পৰা মতে এই প্ৰকল্পৰ দ্বাৰা যোগান ধৰিব লগীয়া ছেনিটাৰী পেডসমূহ পৰিৱেশ অনুকূল অক্স’-বায়’ডিগ্ৰেডেবল হ’ব।

ইয়াৰ ফলত পেডসমূহ ব্যৱহাৰ কৰাৰ পিছত পৰিৱেশ প্ৰদূষিত নকৰি অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে ই সময়ৰ লগে লগে ক্ষয় গৈ মাটিত মিলি যাব।

কেন্দ্ৰীয় সাৰ আৰু ৰাসায়নিক মন্ত্ৰালয়ৰ দুই শীৰ্ষ বিষয়াকে ধৰি সংশ্লিষ্ট মন্ত্ৰালয়ক এই প্ৰকল্প ৰূপায়ণৰ বাবে দায়িত্ব দিয়া হৈছে বুলিও প্ৰকাশ কৰিছে সূত্ৰটোৱে।

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd