• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৱশেষত সিদ্ধান্ত সলালে ভাৰতে: ৰাছিয়াত চীন-পাকিস্তানৰ সৈতে ভাগ নলয় সামৰিক অনুশীলনত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2020 7:56 am
india-and-pakistan-
423
VIEWS
Share on FacebookShare on Twitter

ছ’চিয়েল মিডিয়াকে ধৰি অন্যান্য মাধ্যমত হোৱা সমালোচনাৰ অন্তত ৰাছিয়াত ছেপ্তেম্বৰৰ ১৫-২৬ তাৰিখলৈ হ’বলগীয়া কাভকাজ-২০২০ সামৰিক অনুশীলনত ভাগ লোৱাৰ সিদ্ধান্ত সলনি কৰিলে ভাৰতে।

উক্ত সামৰিক অনুশীলনত ভাৰতে বৈৰী ৰাষ্ট্ৰ চীন আৰু পাকিস্তানৰ সেনাৰ সৈতে সামৰিক অনুশীলন কৰাৰ কথা আছিল।

কিন্তু শেষ মুহূৰ্তত ভাৰতে সেই সিদ্ধান্ত সলনি কৰাৰ কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী মুখপাত্ৰই।

বিশেষকৈ লাডাখ সংকট সন্দৰ্ভত চীনৰ সৈতে ভাৰতৰ সংঘাত চলি থকাৰ পৰিপ্ৰেক্ষিততে ভাৰতে সিদ্ধান্ত সলনি কৰা বুলি জানিব পৰা গৈছে।

উক্ত সামৰিক অনুশীলনত ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছনৰ অন্তৰ্গত বহু কেইখন দেশে ভাগ ল’ব।

নাটো বাহিনীৰ প্ৰতিদ্বন্দ্বি এই সংস্থাৰ ভাৰতো এখন সদস্য ৰাষ্ট্ৰ।

উল্লেখ্য চীন-পাকিস্তানৰ সৈতে ভাৰতৰ অহি-নকুল সম্পৰ্কৰ পিছতো ভাৰতে  দেশ দুখনৰ সেনাৰ সৈতে একেলগে সামৰিক অনুশীলনত গ্ৰহণৰ বাবে সাজু হৈছিল।

ৰাছিয়াৰ আস্ট্ৰাখান নামৰ অঞ্চলটোত হ’বলগীয়া কাভকাজ-২০২০ সামৰিক অনুশীলন কাৰ্যসূচীত,চীন পাকিস্তান আদি দেশৰ লগতে বিশ্বৰ আন বহু কেইখন দেশে অংশগ্ৰহণ কৰিব।

চলিত বৰ্ষৰ ১৫ৰ পৰা ২৬ ছেপ্তেম্বৰলৈ চলিব লগীয়া এই সামৰিক অনুশীলন কাৰ্যসূচীত বৈৰিতা পাহৰি ভাৰতে চীন আৰু পাকিস্তানৰ সেনাৰ সৈতে সন্মিলিত সামৰিক অনুশীলনত অংশ ল’ব বুলি ঘোষণা কৰিছিল যদিও সেই সিদ্ধান্ত পিছত সলনি কৰে।

এই সামৰিক অনুশীলনত  ভাৰতৰ স্থল  বাহিনীৰ প্ৰায় ১৫০,বায়ু সেনাৰ ৪৫ আৰু নৌ সেনাৰ কেইবাজনো  বিষয়া-জোৱানে অংশগ্ৰহণ কৰাৰ কথা আছিল।

Recent News

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd