• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মঙলদৈত বহুলাখ টকাৰ সোণৰ চুৰি অলংকাৰ উদ্ধাৰ, এজনক গ্ৰেপ্তাৰ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
August 30, 2020 11:45 pm
Stolen gold ornaments worth several lakhs of rupees recovered in Mangaldoi, one held

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলদৈ আৰক্ষীয়ে দেওবাৰে বহুলাখ টকাৰ সোণৰ চুৰি অলংকাৰ উদ্ধাৰ কৰাৰ লগতে হজৰত ওজা ওৰফে বিকাশ দাস নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে।

ধৃত ওজাৰ ঘৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত বালুগাঁৱত।

মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীনবন্ধু ভূঞাই নৰ্থইষ্ট নাওক জনাই যে হজৰত ওজাই বিকাশ দাস পৰিচয়েৰে প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাৰ অধীন ঠাকুৰকুছি গাঁৱৰ এটা পৰিয়ালৰ লগত ঘনিষ্ঠ হৈছিল।

পিছত ঘনিষ্ঠতাৰ সুযোগ লৈ পৰিয়ালটোৰ পৰা তেওঁ বহুলাখ টকাৰ সোণৰ গহনা চুৰি কৰে।

আৰক্ষী বিষয়াজনে জনোৱা মতে হজৰত এজন পুৰণা অপৰাধী আৰু ভুৱা পৰিচয়েৰে তেওঁ এনে বহু চুৰিৰ ঘটনা সংঘটিত কৰিছিল।

“কিন্তু প্ৰতিবাৰেই তেওঁ পলাবলৈ সক্ষম হৈছিল। এইবাৰ আমি তেওঁক ধৰাত সফল হ’লো,” ভূঞাই কয়।

তেওঁৰ পৰা উদ্ধাৰ কৰা সোণৰ গহনাখিনিৰ মূল্য পাঁচ লাখ টকাৰ বেছি হ’ব বুলি সদৰী কৰি ভূঞাই কয় যে এই সন্দৰ্ভত অধিক জেৰা অব্যাহত আছে।

“সংগঠিত অপৰাধটোত জৰিত থকা আৰু লোকৰ পৰিচয় উদ্ধাৰৰ বাবে অধিক জেৰা চলি আছে,” তেওঁ জনায়।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হিন্দু গাঁৱত ১০০ মুছলমান ভোটাৰ!  বিহাৰৰ খচৰা ভোটাৰ তালিকাত পুনৰ অমিল

হিন্দু গাঁৱত ১০০ মুছলমান ভোটাৰ! বিহাৰৰ খচৰা ভোটাৰ তালিকাত পুনৰ অমিল

September 10, 2025 1:42 pm
সেনাৰ দখলত নেপাল, সমগ্ৰ দেশত কাৰ্ফিউ : জেল ভাঙি পলায়ন ১৬০০ কয়দী, সেনাৰ গুলীত নিহত ৫ জন

সেনাৰ দখলত নেপাল, সমগ্ৰ দেশত কাৰ্ফিউ : জেল ভাঙি পলায়ন ১৬০০ কয়দী, সেনাৰ গুলীত নিহত ৫ জন

September 10, 2025 1:31 pm
প্ৰায় ২৯ মাহৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰ ভ্ৰমণক নাটক আখ্য মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইবোবি সিঙৰ

প্ৰায় ২৯ মাহৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰ ভ্ৰমণক নাটক আখ্য মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইবোবি সিঙৰ

September 10, 2025 1:26 pm
২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী : আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী : আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

September 10, 2025 1:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দু গাঁৱত ১০০ মুছলমান ভোটাৰ!  বিহাৰৰ খচৰা ভোটাৰ তালিকাত পুনৰ অমিল

হিন্দু গাঁৱত ১০০ মুছলমান ভোটাৰ! বিহাৰৰ খচৰা ভোটাৰ তালিকাত পুনৰ অমিল

September 10, 2025 1:42 pm
সেনাৰ দখলত নেপাল, সমগ্ৰ দেশত কাৰ্ফিউ : জেল ভাঙি পলায়ন ১৬০০ কয়দী, সেনাৰ গুলীত নিহত ৫ জন

সেনাৰ দখলত নেপাল, সমগ্ৰ দেশত কাৰ্ফিউ : জেল ভাঙি পলায়ন ১৬০০ কয়দী, সেনাৰ গুলীত নিহত ৫ জন

September 10, 2025 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd