• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্রাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱনতি; প্লাজমা, অক্সিজেন দিয়াৰ পাছত এতিয়া সুস্থিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 1, 2020 8:55 am
WhatsApp Image 2020-09-01 at 8.39.01 AM

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফাইল ফটো

397
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণাত আক্ৰান্ত হৈ GMCH ত চিকিৎসাধীন হৈ আছে প্রাক্তন মুখ্য মন্ত্রী তৰুণ গগৈ।

সোমবাৰে নিশা প্ৰায় ১১:৩০ ত দেহত অক্সিজেনৰ পৰিমাণ ৮৮ শতাংশ লৈ হ্ৰাস পায়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনাইছে এই কথা।

ইয়াৰ পাছতে স্বাস্থ্য মন্ত্ৰীগৰাকী ততাতয়াকৈ নিশাই GMCH ত উপস্থিত হয়গৈ।

অক্সিজেনৰ মাত্ৰা হ্ৰাস পোৱাত নিশাই চিকিৎসকে এক ইউনিত প্লাজমা দিয়াৰ লগতে পৰ্যাপ্ত পৰিমাণে অক্সিজেন যোগান ধৰে।

তাৰ পাছতে তৰুণ গগৈৰ দেহত অক্সিজেনৰ পৰিমাণ ৯৬-৯৭ শতাংশলৈ বৃদ্ধি পোৱা বুলি মন্ত্ৰীগৰাকীয়ে টুইটত জনায়।

আনহাতে, নিশাই গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে মন্ত্ৰীগৰাকীয়ে।

তদুপৰি, সঘনে GMCH কৰ্তৃপক্ষৰ সৈতে যোগাযোগত থকা বুলি তেওঁ টুইটযোগে জনাইছে।

Ex CM @tarun_gogoi who is admitted in GMCH for Covid 19 had a sudden fall in Oxygen saturation to 88% at 11.30pm.The teamof Doctors supervising his health immediately decided to give 1 unit of plasma with 2 lits of oxygen on Mask.O2 saturation now is maintained between 96 to 97%.

— Himanta Biswa Sarma (@himantabiswa) August 31, 2020

বৰ্তমানো চিকিৎসা চলি আছে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ।

ক’ৰ’ণাত আক্ৰান্ত হৈছিল যদিও প্ৰাক্তন মুখ্যমন্ত্ৰীৰ দেহত কোনো উপসৰ্গ বা লক্ষণ নাছিল।

GMCH ত ভৰ্তি কৰাৰ পাছতো তেওঁ কালি পৰ্যন্ত তেওঁ সুস্থ আছিল।

যোৱা ৩০ আগষ্টৰ দিনা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গগৈৰ স্বাস্থ্যৰ খবৰ ল’বলৈ GMCH লৈ গৈছিল।

যোৱা ২৬ আগষ্টত ক’ৰ’ণাত আক্ৰান্ত হৈছিল গগৈ।

বৰ্তমান গগৈ কিছু পৰিমাণে সুস্থ হৈ উঠিছে বুলি জনাইছে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd