• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘গেৰুৱা বসন পৰিহিত মানসিক বিকাৰগ্ৰস্ত সত্যৰঞ্জন বৰাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক’ : দুৰ্নীতি বিৰোধী যুৱ শক্তি

‘সত্য ৰঞ্জন বৰাৰ দৰে দুষ্ট চৰিত্ৰৰ লোকক গ্ৰেপ্তাৰ নকৰি অসম আৰক্ষীয়ে পক্ষপাতিত্ব গ্ৰহণ কৰিছে’ ধৰ্মকান্ত গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 1, 2020 5:59 pm
Satya Ranjan VS Durniti
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘গাত হালধীয়া কাপোৰ লৈ মানসিক বিকৃতি ঘটা সত্যৰঞ্জন বৰাক অনতিপলমে গ্ৰেপ্তাৰ কৰক।‘ এই দাবী তুলিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে।

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’যোগে গগৈয়ে কয় ‘ৰাজ্যত কিছু মাহৰ পৰা এখন হালধীয়া কাপোৰ লৈ এটা অতি স্বাৰ্থপৰ আৰু সুবিধাবাদী সত্য ৰঞ্জন বৰাই নিজকে হিন্দু ধৰ্মৰ ৰক্ষক বুলি ভাবিবলৈ লৈছে।’

Apply Now

এইজন নেতাই হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ বা গোষ্ঠীগত সংঘৰ্ষ কৰিবলৈ নাভুত-নাশ্ৰুত অকথ্য বক্তব্য ছ’চিয়েল মেডিয়াৰ জৰিয়তে আপলোড কৰিছে অথবা সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।‘

‘আইন ব্যৱস্থাৰ বাবে ই অতি লজ্জাজনক। শিলাদিত্য দেৱকে ধৰি বিভিন্ন ধৰণৰ নেতাই নিজৰ টিআৰপি ল’বলৈ মুছলমানক গালি পাৰি বৰ্তমানৰ বিজেপি চৰকাৰ আৰু আৰএছএছৰ আস্থাভাজন হ’বলৈ চেষ্টা কৰিছে।‘ গগৈয়ে লগতে কয়।

ইপিনে, এইসকলৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি অভিযোগ কৰি গগৈয়ে লগতে কয় ‘হালধীয়া কাপোৰ এখন লৈ নিজকে ধৰ্মীয় গুৰু বুলি ভাবিবলৈ ধৰা পিপঁৰা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে অনতিপলমে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।‘

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ অনুৰোধ জনাই গগৈয়ে কয় ‘অনতি পলমে সত্যৰঞ্জন বৰাৰ দৰে দুষ্ট চৰিত্ৰৰ লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।‘

ইয়াৰোপৰি, উজনি অসমৰ বিভিন্ন থানাত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰা হৈছে যদিও কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰি গগৈয়ে কয় ‘সত্য ৰঞ্জন বৰাৰ দৰে দুষ্ট চৰিত্ৰৰ লোকক গ্ৰেপ্তাৰ নকৰি অসম আৰক্ষীয়ে পক্ষপাতিত্ব গ্ৰহণ কৰিছে।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

June 19, 2026 7:38 pm
বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

June 19, 2026 7:14 pm
বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm
গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

June 19, 2026 5:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

June 19, 2026 7:38 pm
বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

June 19, 2026 7:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd